• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…

জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

2 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

3 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

3 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

4 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

4 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

7 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

8 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

8 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

9 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

10 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…

editor by editor
May 20, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব
0
জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…

আজি দেশত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহন। এই পঞ্চমটো পৰ্যায়তে আছে তাৰকাখচিত চহৰ মুম্বাই সমষ্টি। পুৱাৰে পৰা চহৰখনৰ কেইবাটাও ভোটকেন্দ্ৰত বহু তাৰকাক ভোট দিবলৈ অহা দেখা পোৱা গৈছে। তাৰেই মাজতে আছে অতিকে জনপ্ৰিয় অক্ষয় কুমাৰ।

এইবাৰৰ ভোটগ্ৰহণ অক্ষয় কুমাৰৰ বাবে অতিকে বিশেষ। কিয়নো ৫৬ বৰ্ষীয় অভিনেতাগৰাকীয়ে জীৱনত প্ৰথমবাৰলৈ ভোট দিছে। ভাৰতৰ অভিনেতা হৈয়ো ভাৰততে এইবাৰ প্ৰথম ভোট দিছে অভিনেতাগৰাকীয়ে।

কিয়নো অভিনেতা অক্ষয় কুমাৰৰ ইমান দিনে কানাডাৰ নাগৰিকত্বৰে আছিল, ভাৰতত বাস কৰি থকাৰ লগতে ভাৰতীয় চিনেমা জগতত কাম কৰি আছিল।

২০২৩ চনৰ স্বাধীনতা দিৱসত অক্ষয় কুমাৰে এক আকৰ্ষণীয় ঘোষণাৰে মানুহক আচৰিত কৰি তুলিছিল। তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ কানাডাৰ নাগৰিকত্ব ত্যাগ কৰি এতিয়া আনুষ্ঠানিকভাৱে ভাৰতৰ নাগৰিক হ’ব।

যোৱা কেইবছৰমানৰ পৰা অক্ষয়ৰ নাগৰিকত্ব ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ ফলত অভিনেতাগৰাকী বহু সমালোচনাৰো সন্মুখিন হৈছিল। ২০১৯ চনত তেওঁ ভাৰতীয় পাছপ’ৰ্টৰ বাবে আবেদন কৰিছিল যদিও Covid ৰ বাবে প্ৰক্ৰিয়াটো পলম হৈ আছিল।

মূলতঃ সকলো ঠিক হৈ পৰাত এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভাৰতত ভোট দিয়ে অভিনেতাগৰাকীয়ে। ভোট দি সংবাদ মাধ্যৰ আগত প্ৰকাশ কৰে যে, মোৰ বহুত ভাল লাগি আছে, এক অদ্ভুত অনুভুতি। সকলোৱে নিজৰ ভোট দি গনতন্ত্ৰ ৰক্ষা কৰিব লাগে।

https://x.com/ANI/status/1792375951126585360

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarbollywood actorelectionindian citizenshipVote
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
মাহেকীয়া প্ৰদোষ ব্ৰত, ৮০০ বছৰৰ মূৰকত আহিছে বিশেষ যোগ

মাহেকীয়া প্ৰদোষ ব্ৰত, ৮০০ বছৰৰ মূৰকত আহিছে বিশেষ যোগ

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.