• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

2 years ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

45 minutes ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

1 hour ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

2 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

2 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

3 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

3 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

4 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

5 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

6 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

6 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

7 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

editor by editor
May 20, 2024
in খাদ্য, জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

স্বাস্থ্য ভালে ৰখাৰ বহু এনে উপায় আছে, যি সততে পাকঘৰতে পোৱা যায়। ইয়াৰ বাবে খৰচ কৰিব নালাগে বহু টকা। যাব নালাগে কোনো ডাক্তৰৰ ওচৰলৈ। কেৱল নিতৌ গ্ৰহণ কৰিব এবিধ বিশেষ পাচলিৰ এগিলাছ জুচ। সেই পাচলিবেধেই হৈছে পানীলাউ।

পানীলাউ এনেকুৱা এবিধ পাচলি, যি প্ৰতিটো ঋতুতে শৰীৰৰ বাবে উপকাৰী বুলি প্ৰমাণিত হয়। স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে মানুহক পানীলাউ খাবলৈ পৰামৰ্শ দিয়ে, যাতে তেওঁলোকে সমস্যাৰ পৰা মুক্তি পাব পাৰে।

ই সহজে পোৱা পাচলি, লগতে ই বহু ঔষধি গুণেৰে ভৰপূৰ। আয়ুৰ্বেদত পানীলাউক বহু ৰোগৰ পৰা সকাহ দিয়া পাচলি বুলি গণ্য কৰা হয়। যিসকলে পানীলাউৰ পাচলি খাব নোৱাৰে, তেওঁলোকে জুচ বনাই সেৱন কৰিব পাৰে। পানীলাউৰ ৰস শৰীৰক গৰমৰ পৰা ৰক্ষা কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে।

এই পাচলিত শক্তিশালী এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড আৰু অন্যান্য পলিফিনল থাকে। ইয়াত পটাছিয়াম, কেলচিয়াম, ছডিয়াম, আইৰণ, ফছফৰাছ থাকে, যিবোৰে শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰি শক্তিশালী কৰাত সহায় কৰে।

বটল লাউৰ ৰসৰ ৫টা ডাঙৰ উপকাৰ

– পানীলাউ ৰসে পেটৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। এই ৰসত আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত পাচনতন্ত্ৰ উন্নত হয়। এই ৰস খালে হজম শক্তি উন্নত হয় আৰু মলত্যাগ ভাল হয়। এই ৰস পেট পৰিষ্কাৰ কৰাত ফলপ্ৰসূ।

– ভিটামিন চি সমৃদ্ধ পানীলাউ ৰসে ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে। পানীলাউ ৰস নিয়মীয়াকৈ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ ফলত বহু ৰোগৰ পৰা হাত সাৰিবলৈ সহায়ক হ’ব পাৰে।

– ডায়েবেটিছ ৰোগীৰ বাবে পানীলাউৰ ৰস অতি উপকাৰী। এই ৰসত অধিক পৰিমাণৰ পানী আৰু আঁহ থাকে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে ভাল বুলি বিবেচিত হয়। ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে সেৱন কৰিব পাৰে।

– পানীলাউৰ ৰস বৃক্কৰ বাবে উপকাৰী। এই ৰস সেৱন কৰিলে বৃক্কৰ কাৰ্য্যক্ষমতা উন্নত হয় আৰু বৃক্কৰ সমস্যা কমোৱাত সহায় কৰিব পাৰে। উচ্চ ইউৰিক এচিড ৰোগীৰ বাবেও পানীলাউৰ ৰস উপকাৰী।

– পানীলাউৰ ৰস কলেষ্টেৰল ৰোগীৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হৈছে। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। খালী পেটত যদি অবিৰতভাৱে পানীলাউৰ ৰস খায় তেন্তে ই কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ইয়াত ডায়েটাৰী ফাইবাৰ থাকে, যিয়ে বি পি নিয়ন্ত্ৰণো কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bottle GourdhealthHealth benefithealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
Next Post
কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.