• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

3 months ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

40 minutes ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

2 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

2 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

11 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

12 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

13 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

14 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

14 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

15 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

16 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

16 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

আপুনিও দৈনিন্দিত জীৱনত প্ৰয়োগ কৰি চাব পাৰে এই কৌশলেইটা

editor by editor
June 22, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
এলাহক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল
0
SHARES
543
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আমাৰ প্ৰায়ভাগ মানুহকে জীৱনৰ কোনোবাখিনি সময়ত কেতিয়াবা এলেহুৱা ভাৱনাই আগুৰি ধৰে। তেনে সময়ত বহু গুৰুত্বপূৰ্ণ কামো এলাহ ভাৱনাৰ বাবে পৰি থাকে। এলাহ ভাৱনাৰ বাবে মানুহ এজন প্ৰতিযোগিতামূলক পৃথিৱীতো বহু পিছ পৰি ৰোৱা দেখা যায়। জাপানীজ সমাজখনত মানুহৰ এলেহুৱা বদ অভ্যাস নাশ কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়। এলেহুৱা নাশ কৰি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ জাপানী লোকসকলে অৱলম্বন কৰা তেনে ৮টা কৌশল হৈছে-
১. Ikigai (ইকিগাই) —
জাপানী লোকে অৱলম্বন কৰা প্ৰথমটো তেনে কৌশল হৈছে ইকিগাই। ইকিগাই শব্দৰ অৰ্থ হৈছে ‘জীৱন, জীয়াই থকাৰ কাৰণ’। যেতিয়া মানুহে নিজৰ জীৱনৰ উদ্দেশ্য স্পষ্টকৈ বুজি পায়, তেতিয়া কাম কৰাৰ প্ৰেৰণা স্বাভাৱিকভাৱে বৃদ্ধি পায়। উদাহৰণস্বৰূপে এজন শিক্ষকৰ ইকিগাই হ’ব পাৰে জ্ঞান বিলোৱা।এজন শিল্পীৰ ইকিগাই হ’ব পাৰে সৃষ্টি কৰা।
২. Kaizen (কাইজেন) —
জাপানী লোকসকলৰ এলাহক দূৰ কৰাৰ দ্বিতীয়টো জনপ্ৰিয় কৌশল হৈছে কাইজেন। কাইজেনৰ মূল নীতি হৈছে ৰাতিটোৰ ভিতৰতে ডাঙৰ পৰিৱৰ্তনৰ আশা কৰাৰ বিপৰীতে প্ৰতিদিনে ১%কৈ উন্নতি কৰা। বহুত কাম একেলগে কৰিবলৈ গ’লে এসময়ত মানুহ এজনে এলেহুৱা অনুভৱ কৰে আৰু প্ৰতিটো কামেই আধৰুৱা হৈ ৰয়। কিন্তু যদি কামটো সৰু সৰু অংশত ভাগ কৰা হয়, তেন্তে যিকোনো কাম আৰম্ভ কৰাৰ লগতে সুকলমে সম্পন্ন কৰাও সহজ হৈ পৰে।
৩. Shoshin (শ্বোশ্বিন) —
জাপানীসকলৰ তৃতীয়টো কৌশল হৈছে শ্বোশ্বিন। শ্বোশ্বিন শব্দৰ অৰ্থ হৈছে ‘মই সকলো কথা নাজানো গতিকে মই শিকিব বিচাৰো।’ অনেক সময়ত মানুহ ব্যৰ্থতাৰ ভয়ত কাম আৰম্ভ নকৰে। শ্বোশ্বিন কৌশলে সেই ভয় কমায়।
৪. Wabi-Sabi(ৱাবি-ছাবি) —
ৱাব-ছাবিৰ অৰ্থ হৈছে অপূৰ্ণতাক স্বীকাৰ কৰা। বহুত মানুহে নিখুঁতভাৱে কাম কৰিব বিচাৰি একেবাৰে আৰম্ভই নকৰে। ৱাবি-ছাবিৰ মূল নীতি হৈছে অসম্পূৰ্ণ কাম অন্তত কোনো কাম আৰম্ভ নকৰাকৈ থকাতকৈ ভাল।
৫. Ganbaru (গানবাৰু) —
জাপানীসকলৰ এলেহুৱাক দূৰ কৰাৰ আন এটা কৌশল হৈছে গানবাৰু। গানবাৰু শব্দৰ অৰ্থ হৈছে শেষলৈ চেষ্টা কৰি যোৱা। গানবাৰু কৌশল কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ প্ৰতীক।
৬. Kakeibo (কাকেইবো) —
কাকেইবো শব্দৰ অৰ্থ হৈছে সময় আৰু সম্পদৰ হিচাপ। মূলত ই এটা ব্যক্তিগত বাজেট পদ্ধতি। ইয়াক সময় ব্যৱস্থাপনাৰ লগতো জড়িত কৰিব পাৰি। নিজৰ সময় ক’ত ব্যয় হৈছে সেয়া লিখি ৰখা কৌশলটোকে কাকেইবো বুলি কোৱা হয়। এনে কৰিলে কামৰ প্ৰতি দায়বদ্ধতা বাঢ়ে।
৭. Hara Hachi Bu (হাৰা হাচি বুউ)
হাৰা হাচি বুউৰ অৰ্থ হৈছে  ৮০% পেট ভৰিলেই খোৱা বন্ধ কৰা। কিয়নো অধিক খালে অলসতা আৰু তন্দ্ৰা আহে। গতিকে এই কৌশলে শৰীৰক সক্ৰিয় ৰখাত সহায় কৰে।
৮. Shinrin-Yoku (শ্বিনৰিন-ইয়োকু) —
শ্বিনৰিন ইয়োকুৰ অৰ্থ হৈছে প্ৰকৃতিৰ মাজত কিছু সময় কটোৱা। জাপানত ইয়াক ‘Forest Bathing’বুলিও কোৱা হয়। প্ৰকৃতিৰ মাজত সময় কটালে মানসিক চাপ কমে, মন সতেজ হয় আৰু পুনৰ কামত মন দিবলৈ শক্তি পোৱা যায়।
বহু জাপানী আৰু জাপানত বাস কৰা লোকেও কৈছে যে এই ৮টা বস্তুৰ অধিকাংশই প্ৰকৃততে জীৱন দৰ্শন বা সাংস্কৃতিক ধাৰণাহে। দৈনন্দিন জীৱনত এলেহুৱা দূৰ কৰাৰ এয়া আনুষ্ঠানিক জাপানী পদ্ধতি নহলেও এইকেইটা কৌশলে কৰ্মস্পৃহা বৃদ্ধি কৰে।  ইয়াক চিকিৎসা বিজ্ঞানৰ কোনো তথ্য হিচাপে গ্ৰহণ কৰা নহ’লেও জাপানী জীৱন দৰ্শনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা আত্ম-উন্নয়নৰ কিছুমান নীতি হিচাপে চোৱাহে অধিক সঠিক হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

September 17, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
Next Post
শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

শতাধিক গ'ল স্ক'ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.