• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

4 months ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

35 minutes ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

1 hour ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

3 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

5 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

6 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

9 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

10 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

Guinness World Recordsl নাম সন্নিৱিষ্ট কৰা ৰ'জেৰিঅ' মুকে চেনি

editor by editor
June 22, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফুটবল ইতিহাসত বহু কিংবদন্তি GoalKeepar আছে যিয়ে প্ৰতিপক্ষৰ ষ্ট্ৰাইকাৰৰ বুলেটৰ দৰে তীক্ষ্ণ শ্বট এটাকো অবিশ্বাস্যভাৱে বাধা দি ফুটবল ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। কিন্তু এগৰাকী GoalKeepar-এ যদি প্ৰতিপক্ষই মাৰি পঠিওৱা গ’ল ৰখোৱাৰ উপৰিও প্ৰতিপক্ষৰ দুৰ্ভেদ্য দেৱাল ওফৰাই গ’ল স্ক’ৰ কৰে, তাকো এবাৰ-দুবাৰ নহয় শতাধিক গ’ল কৰিবলৈ সক্ষম হয়, তেন্তে সেই GoalKeeparৰ কাহিনী কেতিয়াও সাধাৰণ হ’ব নোৱাৰে। এই অসাধাৰণ কৃতিত্বৰ অধিকাৰী হোৱা GoalKeeparজন হৈছে ব্ৰাজিলৰ ৰ’জেৰিঅ’ চেনি। বিশ্ব ফুটবলৰ ইতিহাসত ৰ’জেৰিঅ’ চেনিক সৰ্বাধিক গ’ল কৰা GoalKeepar হিচাপে গণ্য কৰা হয়। তেওঁ নিজৰ পেছাদাৰী কেৰিয়াৰত মুঠ ১৩১টা গ’ল স্ক’ৰ কৰি অভিলেখ স্থাপন কৰিছে, যিটো ৰেকৰ্ড এতিয়াও অক্ষুণ্ণ আছে আৰু হয়টো বহু দিনলৈ অক্ষত থাকিব।

ৰ’জেৰিঅ’ৰ শৈশৱ আৰু আৰম্ভণি

ৰ’জেৰিঅ’ মুকে চেনিৰ জন্ম ১৯৭৩ চনৰ ২২ জানুৱাৰীত ব্ৰাজিলৰ পাটো ব্ৰাংকো চহৰত হৈছিল। সৰুৰে পৰাই ফুটবলৰ প্ৰতি গভীৰ আগ্ৰহ থকা চেনিয়ে কৈশোৰতেই নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ আৰম্ভ কৰিছিল। ১৯৯০ চনত তেওঁ ব্ৰাজিলৰ বিখ্যাত ক্লাব São Paulo FCত যোগদান কৰে। এই ক্লাবটোৰ সৈতে তেওঁৰ খেলুৱৈ জীৱনৰ সমগ্ৰ কেৰিয়াৰ কটায়, যিটো আধুনিক ফুটবলত অতি বিৰল ঘটনা। ৰ’জেৰিঅ’ চেনিয়ে ১৯৯০ চনৰ পৰা ২০১৫ চনলৈকে কেৱল São Paulo FCৰ বাবেই খেলিছিল। ক্লাবটোৰ হৈ ১,২০০ৰো অধিক মেচ খেলিছিল ৰ’জেৰিঅ’ই। দলটোৰ অধিনায়ক হিচাপেও তেওঁ বহু বছৰ একেৰাহে দায়িত্ব পালন কৰিছিল। ক্লাব ইতিহাসৰ অন্যতম সৰ্বাধিক মেচ খেলা খেলুৱৈতো পৰিণত হৈছিল ৰ’জেৰিঅ’ই। ক্লাবটোৰ হৈ ব্ৰাজিল আৰু দক্ষিণ আমেৰিকাৰ বহু গুৰুত্বপূৰ্ণ খিতাপ জয়তো গুৰুত্বপূৰ্ণ অৰিহনা আছে তেওঁৰ। তেওঁৰ এই একনিষ্ঠতাই তেওঁক São Paulo FCৰ ইতিহাসৰ অন্যতম সন্মানীয় ব্যক্তিত্বত পৰিণত কৰিছে।

GoalKeepar হৈ কেনেকৈ ১৩১টা গ’ল স্ক’ৰ কৰিছিল ৰ’জেৰিঅ’ই?

সাধাৰণতে GoalKeepar-এ গ’ল কৰাৰ সুযোগ খুব কমেই পায়। কিন্তু ৰ’জেৰিঅ’ চেনিৰ ক্ষেত্ৰত সেয়া পৃথক আছিল। তেওঁ এই অবিশ্বাস্য ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ মূলতে আছিল তেওঁ একেৰাহে ফ্ৰী-কিক বিশেষজ্ঞ, পেনাল্টি বিশেষজ্ঞ আৰু নিখুঁত বল নিয়ন্ত্ৰণৰ অধিকাৰী আছিল। তেওঁৰ ১৩১টা গ’লৰ ভিতৰত প্ৰায় ৬০টাতকৈ অধিক ফ্ৰী-কিকৰ পৰা, প্ৰায় ৭০টা আহিছিল পেনাল্টি শ্বুটৰ পৰা। বহু সময়ত দলৰ ফ্ৰী-কিক বা পেনাল্টি পালে তেওঁ নিজেই গ’লপোষ্ট এৰি আগবাঢ়ি গৈ শ্বট লৈছিল।

ৰ’জেৰিঅ’ৰ Guinness World Records

GoalKeepar হিচাপে সৰ্বাধিক গ’ল স্ক’ৰ কৰাৰ বাবে ৰ’জেৰিঅ’ চেনিৰ নামত সন্নিৱিষ্ট হৈ আছে Guinness World Recordsত। চেনি আজিও ফুটবল ইতিহাসৰ সৰ্বাধিক গ’ল কৰা GoalKeeparৰ উপৰিও একেটা ক্লাবৰ হৈ সৰ্বাধিক মেচ খেলা খেলুৱৈসকলৰ অন্যতম, গ’লৰক্ষকৰ মাজত সৰ্বাধিক ফ্ৰী-কিক গ’ল কৰা খেলুৱৈ
হিচাপেও পৰিচিত চেনি। চেনিয়ে ব্ৰাজিল জাতীয় দলৰ ২০০২ চনৰ FIFA World Cup 2002 বিজয়ী দলৰ সদস্য আছিল। যদিও জাতীয় দলত তেওঁ নিয়মীয়াভাৱে প্ৰথম পছন্দৰ GoalKeepar হ’ব নোৱাৰিলে, তথাপি দেশৰ হৈ বহু গুৰুত্বপূৰ্ণ মেচ খেলিছিল। GoalKeepar হিচাপে তেওঁ কেৱল বল ৰক্ষাৰ কথাই নাভাবিছিল; সুযোগ পালে দলক গ’ল কৰিও সহায় কৰিছিল। আধুনিক ফুটবলত ‘Sweeper Keeper’ ধাৰণাটো জনপ্ৰিয় হোৱাৰ বহু আগতেই চেনিয়ে GoalKeeparৰ ভূমিকাক নতুন মাত্ৰা দিছিল। ২০১৫ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ফুটবল প্ৰশিক্ষক হিচাপে নতুন জীৱন আৰম্ভ কৰে চেনিয়ে। তেওঁ São Paulo FC-কে ধৰি ব্ৰাজিলৰ কেইবাটাও আগশাৰীৰ ক্লাবৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰিছে। ১৩১টা গ’ল, হাজাৰৰো অধিক মেচ আৰু একেটা ক্লাবৰ প্ৰতি আজীৱন আনুগত্য—এই তিনিটা কাৰণতে ৰ’জেৰিঅ’ চেনিক ফুটবল ইতিহাসৰ অন্যতম ব্যতিক্ৰমী কিংবদন্তি GoalKeepar স্থানত ৰাখে ফুটবল অনুৰাগীয়ে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
Next Post
শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

বেছি ঘাম ওলোৱা মানেই দেহৰ চৰ্বি কমা নেকি?

বেছি ঘাম ওলোৱা মানেই দেহৰ চৰ্বি কমা নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.