• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

10 months ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

21 minutes ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

51 minutes ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

1 hour ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

3 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

3 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

4 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

4 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

5 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

5 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

6 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

7 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

editor by editor
July 11, 2025
in জীৱনশৈলী, বাণিজ্য, বিশ্ব, ভাৰত
0
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰ সকলৰ বাবে সুখবৰ। বৃদ্ধি পাব পাৰে ৩০ৰ পৰা ৩৪ শতাংশ পৰ্যন্ত দৰমহা। কাৰণ শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ সম্ভাৱনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ১ জানুৱাৰী ২০২৬ৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হ’ব।

অষ্টম দৰমহা আয়োগৰ অধীনত থকা বিধানসমূহ বিত্তীয় বৰ্ষ ২৭ৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত চৰকাৰী বিষয়াসকলৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব।

এম্বিট ইনষ্টিটিউশ্যনেল ইকুইটিজৰ এক প্ৰতিবেদন অনুসৰি অষ্টম পে কমিছনৰ পৰামৰ্শ অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা ৩০-৩৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিবেদনত কোৱা হৈছে যে, “অষ্টম দৰমহা আয়োগে খৰচ বৃদ্ধিৰ বাবে ~১১ মিলিয়ন হিতাধিকাৰীক সামৰি ল’বলৈ দৰমহা আৰু পেঞ্চনৰ বাবে ৩০-৩৪ শতাংশ বৃদ্ধি (মুঠ ব্যয়ৰ ~১৫.৫ শতাংশ) ঘোষণা কৰিব।”

কেন্দ্ৰই বিত্তীয় বৰ্ষত ১ ট্ৰিলিয়ন ₹ কৰ কৰ্তনৰ পূৰ্বে লোৱা সিদ্ধান্তৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হ’ব বুলিও কোৱা হৈছে।

৮ম পে আয়োগৰ দৰমহা বৃদ্ধিৰ বাবে অৱশ্যে এই হাৰত কাৰ্যকৰী হ’লে কেন্দ্ৰৰ প্ৰায় ১.৮ ট্ৰিলিয়ন ₹ অতিৰিক্ত খৰচ হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

অষ্টম দৰমহা আয়োগৰ পৰামৰ্শই বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ প্ৰায় ৪৪ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ লগতে ৬৮ লাখ পেঞ্চনাৰক প্ৰত্যক্ষভাৱে উপকৃত কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th Pay CommissionSalary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.