• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

4 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

editor by editor
October 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম পে কমিছনৰ চৰ্তাৱলীত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ ফলত প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ দৰমহা সংশোধন কৰা হ’ব৷ মঙলবাৰে মন্ত্ৰিসভাৰ বৈঠকত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়- অষ্টম দৰমহা পেনেলত ১৮ মাহৰ ভিতৰত জমা দিব৷ ১ জানুৱাৰী ২০২৬ৰ পৰা কাৰ্যকৰ হোৱাৰ সম্ভাৱনা আছে৷

জানুৱাৰীত মন্ত্ৰিসভাই কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু প্ৰায় ৬৯ লাখ পেঞ্চনভোগীৰ ভাট্টা সংশোধনৰ বাবে অষ্টম দৰমহা কমিছনৰ গঠনৰ অনুমোদন দিয়ে৷ মঙলবাৰে মন্ত্ৰিসভাৰ ব্ৰিফিঙত ঘোষণা কৰি অশ্বিনী বৈষ্ণৱে কয়, বিভিন্ন মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ আৰু যৌথ পৰামৰ্শদাতা সংস্থাৰ কৰ্মচাৰীৰ সৈতে পৰামৰ্শৰ পাছত চৰ্তাৱলী চূড়ান্ত কৰা হৈছে৷

জানুৱাৰীত মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু ৬৯ লাখ পেঞ্চনভোগীৰ ভাট্টা সংশোধনৰ বাবে অষ্টম পে কমিছন গঠনৰ অনুমোদন দিছে৷ মঙলবাৰে মন্ত্ৰিসভাৰ ব্ৰিফিঙৰ ঘোষণা কৰি অশ্বিনী বৈষ্ণৱে কয়, ‘বিভিন্ন মন্ত্ৰণালয়, ৰাজ্য চৰকাৰ আৰু যৌথ পৰামৰ্শদাতা সংস্থাৰ কৰ্মীসকলৰ সৈতে পৰামৰ্শৰ পাছত চৰ্তাৱলী চূড়ান্ত কৰা হৈছে৷ জুলাই মাহত চৰকাৰে সংসদত জনাইছে তেওঁলোকৰ প্ৰতিৰক্ষা আৰু স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ, ইয়াৰোপৰি ৰাজ্যসমূহত সহপ্ৰধান অংশীদাৰসকলৰ কাষৰ পৰা অষ্টম কেন্দ্ৰীয় দৰমহা কমিছন গঠনৰ বিষয়ে মতামত বিচাৰিছে৷

কেতিয়াৰে পৰা সংশোধিত দৰমহা লাভ কৰিব?

কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে সংশোধিত দৰমহা স্কেল কেতিয়াৰে পৰা বাস্তবায়িত হ’ব সেয়া জানিব খুজিছে বহুজনে৷ ইয়াৰ উত্তৰত কেন্দ্ৰীয় অৰ্থ প্ৰতিমন্ত্ৰী পঙ্কজ চৌধুৰীয়ে কয়, ‘অষ্টম চিপিচিৰ দ্বাৰা তৈয়াৰ হোৱাৰ পাছত আৰু চৰকাৰৰ দ্বাৰা গৃহীত হোৱাৰ পাছত বাস্তবায়ন কৰা আৰম্ভ হব৷

কমিছনে কোন কোন বিষয় বিবেচনা কৰিব?

  • দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু প্ৰয়োজনীয় আৰ্থিক বিচক্ষণতাৰ পৰিমাণ বিবেচনা কৰা হ’ব৷
  • উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক পদক্ষেপৰ বাবে পৰ্যাপ্ত সম্পদৰ উপলব্ধতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা৷
  • পেঞ্চন প্ৰকল্পৰ অৰ্থায়ন বহিৰ্ভূত খৰচ৷
  • ৰাজ্য চৰকাৰসমূহৰ আৰ্থিক অৱস্থাৰ ওপৰত কমিছনৰ সম্ভাব্য প্ৰভাৱ৷
  • ৰাজ্য চৰকাৰসমূহৰ আৰ্থিক অৱস্থাৰ ওপৰত কমিছনৰ সম্ভাৱ্য প্ৰভাৱ৷
  • কেন্দ্ৰীয় চৰকাৰী আৰু বেচৰকাৰী খাতৰ কৰ্মচাৰীসকলৰ বাবে দৰমহা কাঠামো, সুযোগ সুবিধা আৰু কৰ্মপৰিবেশ৷

৮ম পে কমিছনত কিমান বৃদ্ধি পাব পাৰে দৰমহা?

মৌলিক দৰমহা বৃদ্ধিৰ পৰিমাণ ফিটমেণ্ট ফ্যাক্টৰ আৰু ডি এৰ ওপৰত নিৰ্ভৰ কৰে। সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফ্যাক্টৰ আছিল ২.৫৭। ৮ম দৰমহা আয়োগত ২.৪৬ হ’ব পাৰে। উদাহৰণ হিচাপে যদি চাই তেন্তে- ধৰি লওক আপুনি ৬ নং স্তৰত আছে আৰু ৭ম পে কমিছন অনুসৰি আপোনাৰ বৰ্তমান দৰমহা হৈছে-

মূল দৰমহা- ৩৫,৪০০ টকা

ডি এ ৫৫ শতাংশঃ ১৯,৪৭০ টকা৷

এইচ আৰ এঃ ৯৫৫৮ টকা৷

মুঠ দৰমহাঃ ৬৪,৪২৮ টকা৷

যদি অষ্টম পে আয়োগত ফিটমেণ্ট ২.৪৬ কাৰ্যকৰী কৰা হয় তেন্তে নতুন দৰমহা হ’বঃ

নতুন মৌলিক দৰমহাঃ ৩৫,৪০০ x ২.৪৬ = ₹৮৭,০৮৪

DA: 0%

এইত আৰ এ(২৭শতাংশ)ঃ ৮৭,০৮৪ x ২৭% = ₹২৩,৫১৩

মুঠ দৰমহাঃ ৮৭,০৮৪ + ₹২৩,৫১৩ = ₹১,১০,৫৯৭

ফিটমেণ্ট ফ্যাক্টৰ কি?

এইটো এটা গুণক সংখ্যা যিটো বৰ্তমানৰ মৌলিক দৰমহাৰে গুণ কৰি নতুন মৌলিক দৰমহা পোৱা যায়। পে কমিছনে মুদ্ৰাস্ফীতি আৰু জীৱন-যাপনৰ খৰচৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক নিৰ্ধাৰণ কৰে।

শেষবাৰৰ বাবে কেতিয়া পে কমিছন গঠন আৰু কাৰ্যকৰী কৰা হৈছিল?

  • ৫ম দৰমহা আয়োগ: ১৯৯৪ চনৰ এপ্ৰিল মাহত গঠন কৰা হৈছিল ৫ম দৰমহা আয়োগ। ১৯৯৭ চনৰ জানুৱাৰী মাহত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হৈছিল যদিও ১৯৯৬ চনৰ ১ জানুৱাৰীৰ পৰা পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হৈছিল। ৫১টা দৰমহা স্কেল আছিল যদিও সেইয়া ৩৪লৈ হ্ৰাস কৰা হৈছিল।
  • ষষ্ঠ দৰমহা আয়োগ: ২০০৬ চনৰ ২০ অক্টোবৰত গঠন কৰা হয়।২০০৮ চনৰ মাৰ্চ মাহত প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰা হয়।২০০৮ চনৰ আগষ্ট মাহত প্ৰতিবেদন অনুমোদন কৰা হয় আৰু ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা পৰামৰ্শসমূহ কাৰ্যকৰী হয়।
  • ৭ম দৰমহা আয়োগ: ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত গঠন কৰা হৈছিল, আৰু ২০১৪ চনৰ মাৰ্চ মাহৰ ভিতৰত কাৰ্য্যভাৰ চূড়ান্ত কৰা হৈছিল। ২০১৫ চনৰ নৱেম্বৰ মাহত প্ৰতিবেদন দাখিল কৰা হৈছিল। ২০১৬ চনৰ জুন মাহত চৰকাৰে ইয়াক অনুমোদন জনাইছিল, আৰু  ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.