• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

3 months ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

36 minutes ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

1 hour ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

2 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

2 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

4 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

4 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

5 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

5 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

5 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

6 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

6 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

অষ্টম দৰমহা আয়োগৰ নতুন আপডেট

editor by editor
June 15, 2026 - Updated on June 17, 2026
in বাণিজ্য, বিবিধ, লেখা
0
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু ভাট্টা সংশোধনৰ বাবে গঠন কৰা অষ্টম দৰমহা আয়োগে গতি লাভ কৰিছে। আয়োগে সমগ্ৰ দেশৰ কৰ্মচাৰী সংস্থা, পেঞ্চনাৰ, আৰু কৰ্মচাৰী সংঘৰ সৈতে নিৰন্তৰ আলোচনা কৰি আছে। চৰকাৰী তথ্য অনুসৰি আয়োগৰ পৰামৰ্শসমূহ চূড়ান্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মাত্ৰ ১১ মাহ বাকী আছে। এই নতুন দৰমহা আয়োগৰ সিদ্ধান্তই সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ মাহেকীয়া বাজেট আৰু ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। আজি ১৫ জুন, ২০২৬ তাৰিখে আয়োগৰ সন্মুখত আপোনালোকৰ দাবী আৰু পৰামৰ্শ দাখিল কৰাৰ অন্তিম সুযোগ।

পৰামৰ্শ প্ৰেৰণৰ অন্তিম তাৰিখ

অষ্টম দৰমহা আয়োগে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মতামত দাখিল কৰিবলৈ দিয়া সময়সীমা আজি শেষ হ’ব। আয়োগৰ স্মাৰকপত্ৰৰ ওপৰত পৰামৰ্শ আৰু মতামত দাখিলৰ সময়সীমা ২০২৬ চনৰ ১৫ জুনলৈ বৃদ্ধি কৰা হয়। এই বৃদ্ধিয়ে বিভিন্ন কৰ্মচাৰী সংগঠনে নিজৰ দাবীসমূহ শক্তিশালীভাৱে দাখিল কৰাৰ যথেষ্ট সুযোগ প্ৰদান কৰে।

আয়োগৰ দলটোৱে এতিয়া বিভিন্ন ৰাজ্যৰ ৰাজধানী ভ্ৰমণ কৰি স্থানীয় সমস্যাসমূহ বুজিব। সূচী অনুসৰি আয়োগে ২০২৬ চনৰ ২২ আৰু ২৩ জুনত লক্ষ্ণৌ (উত্তৰ প্ৰদেশ) ভ্ৰমণ কৰিব। ইয়াৰ পিছত ২০২৬ চনৰ ৬ আৰু ৭ জুলাইত ভুৱনেশ্বৰ (উড়িশা)ত, আৰু ২০২৬ চনৰ ৯ আৰু ১০ জুলাইত কলকাতা (পশ্চিম বংগ)ত অংশীদাৰসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব। মে’ মাহত দিল্লীতো এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ২০২৬ চনত।

চূড়ান্ত প্ৰতিবেদন কেতিয়া আহিব

কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ জানুৱাৰী মাহত ৮ম দৰমহা আয়োগক অনুমোদন জনায়। তাৰ পিছত ২০২৫ চনৰ ২৮ অক্টোবৰত ইয়াৰ টাৰ্মছ অৱ ৰেফাৰেন্স (ToR) য়ে কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ২০২৫ চনৰ ৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগ গঠন কৰা হয় ২০২৭ চনত।

কিন্তু পূৰ্বৰ পে কমিচনৰ ইতিহাস বিবেচনা কৰিলে পৰামৰ্শসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’বলৈ ২০২৯ চনলৈকে সময় লাগিব পাৰে। কিন্তু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে সকাহ হ’ল যেতিয়াই ইয়াক কাৰ্যকৰী কৰা হ’ব তেতিয়াই ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা বকেয়া ধন পৰিশোধ কৰিব লাগিব।

ফিটমেণ্ট ফ্যাক্টৰৰ গণিত বুজিব

কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু ডিয়াৰনেছ ৰিলিফ (ডি আৰ)ক দৰমহা বৃদ্ধিৰ প্ৰধান উৎস বুলি গণ্য কৰে, কিন্তু এইবোৰৰ উদ্দেশ্য কেৱল বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবেহে। ২০২৬ চনৰ এপ্ৰিল মাহত চৰকাৰে এইবোৰ ২ শতাংশ বৃদ্ধি কৰি মৌলিক দৰমহাৰ ৬০ শতাংশ কৰি তুলিছিল। দৰমহাৰ প্ৰকৃত, উল্লেখযোগ্য বৃদ্ধি “ফিটমেণ্ট ফ্যাক্টৰ”ৰ পৰাই আহিছে, যিটো সংখ্যাৰ দ্বাৰা বৰ্তমানৰ মৌলিক দৰমহাক গুণ কৰি নতুন দৰমহাৰ গাঁথনি সৃষ্টি কৰা হয়।

ষষ্ঠ দৰমহা আয়োগত ১.৮৬ আৰু সপ্তম দৰমহা আয়োগত ২.৫৭ লৈ বৃদ্ধি কৰা হয়। এইবাৰ ৰে’লৱে টেকনিকেল ছুপাৰভাইজাৰ এছ’চিয়েশ্যন, এন চি-জেচিএমৰ দৰে বৃহৎ সংস্থাই চৰকাৰৰ পৰা ৩.৮৩ ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে। আয়োগে স্পষ্ট কৰি দিছে যে দেশজোৰা আলোচনাৰ অন্ততহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷

বিভিন্ন স্তৰত নূন্যতম দৰমহা কিমান বৃদ্ধি পাব পাৰে

যদিহে চৰকাৰে কৰ্মচাৰী সংঘৰ এই দাবী মানি লয় তেন্তে কৰ্মচাৰীৰ টেক-হোম পে যথেষ্ট বৃদ্ধি পাব। দৰমহাৰ স্তৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ সম্ভাৱ্য প্ৰভাৱ তলত দিয়া ধৰণৰ হ’ব পাৰে।

স্তৰ ১ (নতুন কৰ্মচাৰী): বৰ্তমান এই স্তৰত নূন্যতম মৌলিক দৰমহা ১৮,০০০ টক। যদি ৩.৮৩ ফিটমেণ্ট ফ্যাক্টৰ প্ৰয়োগ কৰা হয় তেন্তে ই পোনপটীয়াকৈ ৬৯,০০০ টকা লৈ বৃদ্ধি পাব।

স্তৰ ১০ (অধিকাৰী বৰ্গ): সপ্তম দৰমহা আয়োগৰ অধীনত তেওঁলোকৰ নূন্যতম মৌলিক দৰমহা ৫৬,১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। নতুন ফিটমেণ্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি এই ধনৰাশি ২.১৫ লাখ টকা পৰ্যন্ত হ’ব পাৰে।

স্তৰ ১৮ (শীৰ্ষ বিষয়া): এই স্তৰৰ বিষয়াসকলৰ বৰ্তমানৰ মৌলিক দৰমহা ২.৫ লাখ টকা। ৩.৮৩ গুণন কাৰক প্ৰয়োগ কৰিলে তেওঁলোকৰ নতুন মৌলিক দৰমহা হ’ব প্ৰতিমাহে ৯.৬ লাখ টকা।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
Next Post
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ'ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.