• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপদেশ নহয় আৰ্হি; চিকিৎসালয়ৰ মজিয়া চাফাই মিজোৰামৰ মন্ত্ৰীৰ

উপদেশ নহয় আৰ্হি; চিকিৎসালয়ৰ মজিয়া চাফাই মিজোৰামৰ মন্ত্ৰীৰ

5 years ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

19 minutes ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

1 hour ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

2 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

3 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

12 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

13 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

14 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

14 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

উপদেশ নহয় আৰ্হি; চিকিৎসালয়ৰ মজিয়া চাফাই মিজোৰামৰ মন্ত্ৰীৰ

editor by editor
May 15, 2021
in উত্তৰ-পূব, ক'ভিড-১৯, ৰাজনীতি, স্বাস্থ্য
0
উপদেশ নহয় আৰ্হি; চিকিৎসালয়ৰ মজিয়া চাফাই মিজোৰামৰ মন্ত্ৰীৰ
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উপদেশ নহয় আৰ্হি; চিকিৎসালয়ৰ মজিয়া চাফাই মিজোৰামৰ মন্ত্ৰীৰ। মিজোৰামৰ শক্তিমন্ত্ৰী আৰ লালজীৰলিয়ানা। উত্তৰ-পূবৰে এখন ৰাজ্যৰ এইগৰাকী মন্ত্ৰীয়ে দেশবাসীৰ প্ৰশংসা আৰু দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। বেলেগৰ কথা নকওঁয়েই… এইখন অসম মুলুকৰে জনপ্ৰতিনিধিসকলে উপদেশ দি নিজেই পাহৰে পালন কৰিবলৈ। সমাজত আৰ্হি দেখুৱাটো দূৰেৰেই কথা। কিন্তু আমাৰে এখন চুবুৰীয়া ৰাজ্য মিজোৰামৰ জনপ্ৰতিনিধিসকলে এই সংকটৰ সময়ত উপদেশৰ সমানে সমাজত তুলি ধৰিছে আৰ্হি। মিজোৰামৰ শক্তিমন্ত্ৰী আৰ লালজীৰলিয়ানাই যোৱা ১৯ মে’ত কোভিড ১৯ত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে ভৰ্তি হৈছিল চিকিৎসালয়ত। আৰু এতিয়া তেওঁ যিটো কোভিড ৱাৰ্ডত ভৰ্তি হৈ আছিল সেই কোভিড ৱাৰ্ডটোৰ পৰাই আহিছে এখন ফটো। ফটোখন ব্যাপক ৰূপত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ফটোখনত মন্ত্ৰীগৰাকী ব্যস্ত হৈ থকা দেখা গৈছে মজিয়া চাফাই কৰাত। ফটোখন ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে প্ৰশংসাৰে ওপচাই পেলাইছে মন্ত্ৰীগৰাকীক। ৭১ বছৰীয়া লালজীৰলিয়ানাৰ লগতে একেটা কোভিড ৱাৰ্ডতে ভৰ্তি হৈ আছে তেখেতৰ পত্নীও। প্ৰথমতে দুয়ো হোম আইচ’লেচনত আছিল। আৰু পাছত লালজীৰলিয়ানাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি অহাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। ফটোখন ভাইৰেল হৈ পৰাৰ পাছতে ফটোখনক লৈ ব্যাপক চৰ্চা হোৱাত লালজীৰলিয়ানাই সংবাদ মাধ্যমৰ আগত ক’লে- ‘আমি যিটো কোভিড ৱাৰ্ডত আছো, সেই কোভিড ৱাৰ্ডটো লেটেৰা হৈ গৈছে। মই চাফাই কৰ্মীক ফোন কৰি মাতিলো, কিন্তু অহাত যথেষ্ট পলম কৰিছিল। সেইবাবে মই অপেক্ষাৰ সলনি নিজেই কিছু যোগাৰ কৰি চাফ-চিকুণ কৰিবলৈ লাগিলো। মোৰ এই কামেৰে চিকিৎসালয়-প্ৰশাসনৰ ব্যৰ্থতা দেখুওৱাৰ উদ্দেশ্য নাছিল। কিয়নো এয়া এক সামান্য কাম, যি কাম মই ঘৰত প্ৰায়েই কৰো। সেইকাৰণে ইয়াতো কৰি দিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19mizoram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

July 24, 2026
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
Next Post
ক’ৰোনাত আক্ৰান্ত হৈ মমতা বেনার্জীৰ ভাতৃৰ মৃত্যু

ক’ৰোনাত আক্ৰান্ত হৈ মমতা বেনার্জীৰ ভাতৃৰ মৃত্যু

সুখবৰ! এতিয়া N95 মাস্ক পাব ২২ টকাত, PPE KIT পাব ২৭৩ টকাত

সুখবৰ! এতিয়া N95 মাস্ক পাব ২২ টকাত, PPE KIT পাব ২৭৩ টকাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.