• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! এতিয়া N95 মাস্ক পাব ২২ টকাত, PPE KIT পাব ২৭৩ টকাত

সুখবৰ! এতিয়া N95 মাস্ক পাব ২২ টকাত, PPE KIT পাব ২৭৩ টকাত

5 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

8 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

9 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

9 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

10 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

11 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

11 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

12 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

13 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

14 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

14 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুখবৰ! এতিয়া N95 মাস্ক পাব ২২ টকাত, PPE KIT পাব ২৭৩ টকাত

editor by editor
May 15, 2021
in ক'ভিড-১৯, ভাৰত, ৰাজনীতি, স্বাস্থ্য
0
সুখবৰ! এতিয়া N95 মাস্ক পাব ২২ টকাত, PPE KIT পাব ২৭৩ টকাত
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ সংক্ৰমণ দেশত আৰম্ভ হোৱাৰ পাছৰে পৰা বজাৰত মাস্ক, ছেনিটাইজাৰক লৈ ব্যাপক টনা-আজোৰা চলিছে। হঠাৎ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতে মাস্ক আৰু ছেনিটাইজাৰৰ নাটনিয়ে চকু কঁপালত তুলিছিল সকলোৰে। যদিও পাছত মাস্ক-ছেনিটাইজাৰৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰণালয়ে সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হোৱাকৈ এটা মূল্য নির্ধাৰণ কৰি দিছিল, বর্তমানেও কিন্তু দেশত মাস্ক-ছেনিটাইজাৰৰ যি মূল্য, সেই মূল্য সাধাৰণ লোকৰ বাবে যথেষ্ট বেছি। যাৰ প্ৰতি লক্ষ্য ৰাখি এখন ৰাজ্যই মাস্ক-ছেনিটাইজাৰৰ ক্ষেত্ৰত ১৯৮৬ চনৰ এখন এক্টৰ মতে অতি কম মূল্য নির্ধাৰণ কৰি দিছে আৰু এই কথা ৰাজ্যবাসীক টুইটযোগে জনাইছে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে। মুখ্যমন্ত্ৰী বিজয়ন নেতৃত্বাধীন চৰকাৰখনে মাস্ক-ছেনিটাইজাৰৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ সমমূল্য সমগ্ৰ ৰাজ্যখনতে প্ৰযোজ্য হোৱাকৈ নির্ধাৰণ কৰি দিছে। ৰাজ্য চৰকাৰখনে KERALA ESSENTIAL ARTICLES CONTROL ACT, 1986ৰ এক ধাৰাৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছে। আইনখনৰ মতে এতিয়া ৰাজ্যখনত PPE KIT আৰু মাস্কৰ দৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিব পৰা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ফিক্সড দামত ক্ৰয় কৰিব পাৰিব। এতিয়াৰে পৰা কেৰালাত এই সামগ্ৰীসমূহৰ মূল্য হ’ব-

PPE KIT – ২৭৩ টকা

N95 MASK- ২২ টকা

৩ তৰপীয়া মাস্ক – ৩.৯০ টকা

FACE SHIELD – ২১ টকা

DISPOSAL APRON – ১২ টকা

SURGICAL GOWN – ৬৫ টকা

INSPECTION GLOVES – ৫.৭৫ টকা

HAND SANITIZER 500ml – ১৯২ টকা

HAND SANITIZER 100ml – ৫৫ টকা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24keralamusk pricepinarayi vijayanppe kit price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

August 30, 2026
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!
জীৱনশৈলী

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

August 29, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
Next Post
ত্ৰিৰংগাৰ ওপৰত ঈদৰ পাৰ্টী

ত্ৰিৰংগাৰ ওপৰত ঈদৰ পাৰ্টী

১৮ বন্যহস্তীৰ অপমৃত্যুৰ কাৰণ বজ্ৰপাত, বিহ খুৱাই হত্যা নে বন ধ্বংস?

১৮ বন্যহস্তীৰ অপমৃত্যুৰ কাৰণ বজ্ৰপাত, বিহ খুৱাই হত্যা নে বন ধ্বংস?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.