• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেয়া খবৰৰ মাজতে এটা ভাল খবৰ

বেয়া খবৰৰ মাজতে এটা ভাল খবৰ

6 years ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

33 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

47 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

1 hour ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

5 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

7 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বেয়া খবৰৰ মাজতে এটা ভাল খবৰ

৭ দিনৰ ভিতৰত জুই নুমাব বাঘজানৰ

editor by editor
July 8, 2020
in অসম
0
বেয়া খবৰৰ মাজতে এটা ভাল খবৰ
20
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনিচুকীয়া ব্যুৰ’, অসম লাইভ ২৪ঃ বাঘজানৰ জুই। অসমীয়াৰ অস্তিত্বক নিঃশেষ কৰা একুৰা জুই। বিগত ২৬ দিনে ধন-জন নিঃশেষ কৰা বাঘজানৰ জুই নিৰ্বাপিত হ’ব পাৰে এসপ্তাহৰ ভিতৰত। যিকোনো মুহূৰ্ততে এই সুখবৰ পাব পাৰে ৰাজ্যবাসীয়ে। অত্যাধুনিক সা-সৰঞ্জাম, বিদেশী বিশেষজ্ঞ আৰু অল ইণ্ডিয়াৰ যৌথ প্ৰচেষ্টাত ইতিমধ্যে জুই নুমুওৱাৰ প্ৰস্তুতি সম্পন্ন কৰিছে। বাঘজান কাণ্ডৰ ৪১ দিন স্পৰ্শ কৰিলে। স্পৰ্শ কৰিলে অগ্নিকাণ্ডই একুৰি ৬ দিন। ইতিমধ্যে বৃহৎ পানী ৰিজাৰ্ভো খন্দা হৈছে। ভাৰতীয় সেনাবাহিনীয়ে পনটুন ব্ৰীজ নিৰ্মাণ কৰিছে। চাৰিওফালৰ পৰা পানী ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ONGCৰ বৃহৎ পাইপৰ সহায়ত সমীপৰ ডাঙৰী নৈৰ পানী কঢ়িওৱাৰ ব্যৱস্থাও কৰিছে অইল ইণ্ডিয়াই। মুঠতে আন এক যুদ্ধসদৃশ পৰিৱেশৰ মাজত ৭ জুলাইৰ পৰা ১২ জুলাইৰ ভিতৰত ২৬ দিন জ্বলি থকা জুইকুৰা নিৰ্বাপণৰ বাবে সাজু হৈছে অইল ইণ্ডিয়া। অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ মতে এই অগ্নিকাণ্ডৰ বাবে বিগত ২৭ মে’ৰ পৰা সোমবাৰলৈকে সৰ্বমুঠ ৯,১১২ নিযুত মেট্ৰিক ঘনমিটাৰ প্ৰাকৃতিক গেছ লোকচান হৈছে। ইয়াৰ মাজতে ডুমডুমা আৰু তিনিচুকীয়া চক্ৰৰ ক্ষতিগ্ৰস্ত হোৱা ৯০৫টা পৰিয়ালত ক্ষতিপূৰণৰ মূল্যায়ন সম্পন্ন কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। অইল ইণ্ডিয়াৰ ইতিহাসত সৰ্ববৃহৎ দুৰ্ঘটনাৰূপে চিহ্নিত হোৱা গেছ নিৰ্গমনৰ এই ঘটনা পৰিসমাপ্তি ঘটিলেও বাঘজানক জুইকুৰাৰ বিভীষিকাই সদায় খেদি ফুৰিব!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baghjanongc
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
Next Post
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

কাৰাৰুদ্ধ পুত্ৰৰ মুক্তিৰ দাবীত অশীতিপৰ মাতৃ

কাৰাৰুদ্ধ পুত্ৰৰ মুক্তিৰ দাবীত অশীতিপৰ মাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.