• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসাৰ নামত কচাইখানাত পৰিণত ৰবীন্দ্ৰ হাস্পতাল

চিকিৎসাৰ নামত কচাইখানাত পৰিণত ৰবীন্দ্ৰ হাস্পতাল

5 years ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

36 minutes ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

2 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

14 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

15 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

16 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

16 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

17 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

17 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

18 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

18 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

19 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চিকিৎসাৰ নামত কচাইখানাত পৰিণত ৰবীন্দ্ৰ হাস্পতাল

editor by editor
July 13, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
চিকিৎসাৰ নামত কচাইখানাত পৰিণত ৰবীন্দ্ৰ হাস্পতাল
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চিকিৎসা সেৱাৰ নামত কচাইখানাত পৰিণত কলিকতাৰ ৰবীন্দ্ৰ হাস্পতাল। দুখীয়া ৰোগীক কম খৰছত চিকিৎসা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে দেহৰ অংগ বাহিৰ কৰি বিভিন্ন পুঁজিপতি লোকৰ দেহত সংৰোপন কৰে ৰবীন্দ্ৰ হাস্পতালে। মৰিগাঁৱৰ ধৰমতুলৰ অংগ সৰবৰাহৰ ঘটনাৰ পাছতেই পোহৰলৈ আহিছে ন-ন চাঞ্চল্যকৰ তথ্য। অংগ সৰবৰাহৰ সৈতে জড়িত মূল অভিযুক্ত ৰমেন মেধিক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গাওঁখনৰ ৩৫ জনৰো অধিক লোকক অৰ্থৰ বিনিময়ত কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল একাংশ দুষ্টচক্ৰই। বৰ্তমানেও কলকাতাত আৱদ্ধ হৈ আছে ৫-৬ গৰাকী ব্যক্তি। ঘটনা সন্দৰ্ভত জাগীৰোড থানাত ৪৩২/২১ নম্বৰত এক গোচৰ ৰুজু কৰি অসাধু চক্ৰৰে জড়িতসকলক কৰায়ত্ব কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। gmchৰ মেডিকেল বৰ্ডে অনুমোদন দিয়াৰ পাছত ধনৰ বিনিময়ত কিডনী বিক্ৰী কৰিব বিচৰাসকলৰ দেহৰ পৰা কিডনী বাহিৰ কৰে ৰবীন্দ্ৰ হাস্পতালে। উল্লেখ্য, উত্তৰ-পূবৰ দুখীয়া লোকসকলক কম ব্যয়ত চিকিৎসা প্ৰদান কৰাৰ কথাহে উল্লেখ আছে ৰবীন্দ্ৰ হাস্পতালৰ ৱেবচাইটত। কিন্তু একাংশ মধ্যস্থতাকাৰীৰ সহযোগত উত্তৰ-পূবৰ দুখীয়া লোকক চিকিৎসা প্ৰদানৰ নামত ৰোগীৰ অংগ বিক্ৰী কৰে ৰবীন্দ্ৰ হাস্পতালে। যাৰ বাবে উত্তৰ-পূবৰ বহুলোকে সম্প্ৰতি এটা কিডনীৰেই জীয়াই থাকিবলগীয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24rabindra hospital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
Next Post
ইণ্টাৰনেটৰ ওপৰত নিয়ন্ত্ৰণ গনতন্ত্ৰৰ পৰিপন্থীঃ সুন্দৰ পিচ্চাই

ইণ্টাৰনেটৰ ওপৰত নিয়ন্ত্ৰণ গনতন্ত্ৰৰ পৰিপন্থীঃ সুন্দৰ পিচ্চাই

পুলিচৰ ভূমিকাক লৈ অসন্তুষ্ট ন্যায়ালয়

পুলিচৰ ভূমিকাক লৈ অসন্তুষ্ট ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.