tmcত ‘ৰঘুমলা’ হ’ব সুস্মিতা দেৱ। সুস্মিতাৰ ৰাজনৈতিক আচৰণ আছিল সন্দেহজনক। পিতৃৰ আদৰ্শক পদাঘাত কৰি মুখ্যমন্ত্ৰীৰ সপোন। পৰাজিত সুস্মিতাই হেৰুৱাইছিল আত্মবিশ্বাস। শিলচৰত ক্ষতি নহয় কংগ্ৰেছৰ।