gmcৰ চাকৰি কেলেংকাৰি। ৪০ জনক বৰ্খাস্ত চাকৰিৰ পৰা। তদন্তক লৈ সৰৱ মন্ত্ৰী অশোক সিংঘাল। cbiৰ হতুৱাই তদন্তৰ পোষকতা। মন্ত্ৰী-আমোলাও আহিব তদন্তৰ আওতাত। বিপদ হ’ব নেকি মন্ত্ৰী সিদ্ধাৰ্থৰ?