• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা

চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা

5 years ago
iPhone 18 Pro ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

34 minutes ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

12 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

12 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

13 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

13 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

13 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

14 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

17 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

17 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

19 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা

editor by editor
September 1, 2021
in অপৰাধ
0
চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা
0
SHARES
736
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ ভাৰাঘৰৰ কোঠাত দুৰ্বৃত্তই হত্যা কৰে এগৰাকী কিশোৰীক৷ মৃত কিশোৰীগৰাকীৰ নাম ডিম্পল কোমাৱত৷ চুৰীৰে হানি, পটাগুটিৰে থেতালি, প্ৰেচাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা কৰে কিশোৰীগৰাকীক৷ গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল ডিম্পল৷ ঘৰত কোনো নথকা সময়ত সুযোগ বুজি সংঘটিত কৰে হত্যাকাণ্ডটো৷ ডিম্পলৰ মাতৃ-পিতৃ উজান বজাৰত এখন ৰেষ্টুৰেন্টৰ গৰাকী৷ জীয়ৰীক ঘৰত থৈ পুৱা ৰেষ্টুৰেণ্টলৈ ওলাই গৈছিল ডিম্পলৰ পিতৃ-মাতৃ৷ দিনৰ প্ৰায় ১২ মান বজাত জেঠায়েকে প্ৰত্যক্ষ কৰে ডিম্পলৰ মৃতদেহটো৷ জেঠায়েকৰ ভাষ্য অনুসৰি তেওঁ উপস্থিত হোৱাৰ সময়ত ঘৰৰ দুৱাৰ খোলা আছিল৷ ডিম্পলৰ দেহৰ বিভিন্ন অংশত ছুৰীৰ আঘাত স্পষ্ট৷ লগতে প্ৰেছাৰ কুকাৰ আৰু পটাগুটিৰেও মূৰত প্ৰহাৰ কৰিছিল হত্যাকাৰীয়ে৷ কি কাৰণত সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীক হত্যা কৰা হ’ল, সেই কথা এতিয়াও জানিব পৰা হোৱা নাই৷ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24murderuzanbazar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ AJYCP, ১৬ ছেপ্টেম্বৰত সৰ্বাত্মক বন্ধৰ আহ্বান

NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ AJYCP, ১৬ ছেপ্টেম্বৰত সৰ্বাত্মক বন্ধৰ আহ্বান

বিজেপিত যোগদান কৰিয়েই দলীয় নেতা-কৰ্মীক হাঁহিৰ খোৰাক দিলে বিধায়ক ফনী তালুকদাৰে

বিজেপিত যোগদান কৰিয়েই দলীয় নেতা-কৰ্মীক হাঁহিৰ খোৰাক দিলে বিধায়ক ফনী তালুকদাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.