• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ AJYCP, ১৬ ছেপ্টেম্বৰত সৰ্বাত্মক বন্ধৰ আহ্বান

NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ AJYCP, ১৬ ছেপ্টেম্বৰত সৰ্বাত্মক বন্ধৰ আহ্বান

5 years ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

17 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

48 minutes ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

2 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

3 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

3 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

5 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

6 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

6 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

6 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

8 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ AJYCP, ১৬ ছেপ্টেম্বৰত সৰ্বাত্মক বন্ধৰ আহ্বান

editor by editor
September 1, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ AJYCP, ১৬ ছেপ্টেম্বৰত সৰ্বাত্মক বন্ধৰ আহ্বান
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ NHPCৰ বিৰুদ্ধে পুনৰ সৰৱ বিভিন্ন দল-সংগঠন৷ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত সংবাদমেল সম্বোধন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ৷ গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই ভাবুকি কঢ়িয়াইছে উজনি অসমলৈ৷  উজনি অসমৰ বহু ঠাই সম্প্ৰতি বানপানীৰ কৱলত৷ জলবিদ্যুৎ প্ৰকল্পৰ ৫ টা সুৰংগৰ এটা সুৰংগত মাটি খহি পৰাৰ ফলত দুদৰ্শাত ভূগিছে চুবুৰীয়া অঞ্চলৰ ৰাইজে৷ পূৰ্বে অমিত শ্বাহ আৰু ৰাজনাথ সিঙে জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ হ’ব বুলি ৰাইজক আশ্বাস দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে৷ লকডাউন আৰু সান্ধ্য আইনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবঢ়াইছে NHPC কৰ্তৃপক্ষই৷ এই সন্দৰ্ভত AJYCP য়ে ৩ ছেপ্টেম্বৰত লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলাত ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান কৰিছে৷ ৬ ছেপ্টেম্বৰত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমুখত ধৰ্মঘট কাৰ্যসূচী, ৭ আৰু ৮ ছেপ্টেম্বৰত লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথত গণ স্বাক্ষৰ আৰু মতামত গ্ৰহণ কাৰ্যসূচী, ১১ ছেপ্টেম্বৰত গুৱাহাটীত ৰাইজমেল আৰু ১৬ ছেপ্টেম্বৰৰ পৰা সৰ্বাত্মক ৰূপত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব AJYCP য়ে৷ পূৰ্বেও NHPC ৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও কোনো কাণসাৰ দিয়া নাই চৰকাৰ তথা NHPC কৰ্তৃপক্ষই৷ NHPC য়ে গোপন কৰি ৰাখিছে সুৰক্ষা দেৱাল খহি যোৱা প্ৰসংগও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajycp protestasom live 24assam live 24axom live 24NHPC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
Next Post
বিজেপিত যোগদান কৰিয়েই দলীয় নেতা-কৰ্মীক হাঁহিৰ খোৰাক দিলে বিধায়ক ফনী তালুকদাৰে

বিজেপিত যোগদান কৰিয়েই দলীয় নেতা-কৰ্মীক হাঁহিৰ খোৰাক দিলে বিধায়ক ফনী তালুকদাৰে

ৰাজ্যজুৰি অব্যাহত ভদীয়া বানৰ তাণ্ডৱ

ৰাজ্যজুৰি অব্যাহত ভদীয়া বানৰ তাণ্ডৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.