অসম দেশৰ বিষম কথা। স্বয়ং মুখ্যমন্ত্ৰীৰ চহীৰ জালেৰে ঠিকাৰ বেহা। ভণ্ড ঠিকাদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লোহিত কনষ্ট্ৰাকচনত মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰ তথ্য। ইমৰান শ্বাহ আৰু ৰাজীৱ কলিতাই নিয়ন্ত্ৰণ কৰিছিল সমগ্ৰ নেক্সাছ। দিলীপ দাস, অনুপম চৌধুৰী, প্ৰকাশ বসুমতাৰীয়ে মুখ্যমন্ত্ৰীৰ প্ৰকৃত চহী সংগ্ৰহ কৰিছিল। ঠিকাদাৰ অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















