• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ ছেপ্টেম্বৰত ভাৰতত জ্বলাই দিয়া হ’ব ২৪৭৯টা গড়ৰ খৰ্গ, বোকাখাত ষ্টেডিয়ামত প্ৰস্তুতি অব্যাহত

২২ ছেপ্টেম্বৰত ভাৰতত জ্বলাই দিয়া হ’ব ২৪৭৯টা গড়ৰ খৰ্গ, বোকাখাত ষ্টেডিয়ামত প্ৰস্তুতি অব্যাহত

5 years ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

31 minutes ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

1 hour ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

2 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

3 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

4 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

4 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

6 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

7 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২২ ছেপ্টেম্বৰত ভাৰতত জ্বলাই দিয়া হ’ব ২৪৭৯টা গড়ৰ খৰ্গ, বোকাখাত ষ্টেডিয়ামত প্ৰস্তুতি অব্যাহত

ভাৰতত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে জ্বলাই দিয়া হ’ব গড়ৰ খৰ্গ

editor by editor
September 20, 2021 - Updated on September 22, 2021
in অসম, গুৱাহাটী, ভাৰত
0
২২ ছেপ্টেম্বৰত ভাৰতত জ্বলাই দিয়া হ’ব ২৪৭৯টা গড়ৰ খৰ্গ, বোকাখাত ষ্টেডিয়ামত প্ৰস্তুতি অব্যাহত
0
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্ব গড় দিৱসৰ দিনাই ভাৰতত জ্বলাই দিয়া হ’ব ২৪৭৯টা গড়ৰ খৰ্গ৷ ভাৰতত প্ৰথমবাৰৰ বাবে ২২ ছেপ্টেম্বৰত চৰকাৰীভাৱে জ্বলাই দিয়া হ’ব গড়ৰ খৰ্গ৷ বোকাখাত ষ্টেডিয়ামত প্ৰস্তুতি অব্যাহত আছে কাজিৰঙা বন বিভাগৰ নেতৃত্বত৷ সমগ্ৰ কাৰ্যসূচীৰ তদাৰক কৰিছে মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  ২৪৭৯টা খৰ্গ জ্বলাই দিয়া হ’ব বোকাখাত ৰাজহুৱা খেলপথাৰত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানত স্বাভাৱিকভাৱে মৃত্যু হোৱা আৰু চোৰাং চিকাৰীয়ে হত্যা কৰাৰ পাছত উদ্ধাৰ কৰি কোষাগাৰত জমা ৰখা ২৬২৩টা খৰ্গ বিশেষজ্ঞ কমিটী আৰু বন বিভাগৰ পৰীক্ষাৰ অন্তত ২৪৭৯টা খৰ্গ জ্বলাই দিব ২২ ছেপ্টেম্বৰত৷ ইয়াৰে ৯৪টা খৰ্গ  চৰকাৰে সংৰক্ষণ কৰি ৰাখিব৷ ৫০টা খৰ্গৰ বিৰুদ্ধে বৰ্তমানেও আদালতত গোচৰ চলি আছে৷ কিন্তু চৰকাৰ তথা বন বিভাগৰ খৰ্গ দাহন প্ৰক্ৰিয়াক লৈ বৰ্তমান সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে৷ বিভিন্ন কোষাগাৰত জমা ৰখা খৰ্গ হৰলুকি হোৱাৰে সন্দেহ প্ৰকাশ কৰিছে জাতীয় দল সংগঠনে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই দাহন কাৰ্যসূচী সম্পন্ন কৰিবলৈও আহ্বান জনাইছে চৰকাৰক৷ উল্লেখ্য, পূৰ্বে আফ্ৰিকাত এনেদৰে জ্বলাই দিয়া হৈছিল গড়ৰ খৰ্গ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24govt to burn rhino hornsworld rhino day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
Next Post
ইন্টাৰনেটৰ সহায়ত গৰ্ভধাৰণ, সন্তানৰ নাম ৰাখিলে ‘ই-বেবী’

ইন্টাৰনেটৰ সহায়ত গৰ্ভধাৰণ, সন্তানৰ নাম ৰাখিলে ‘ই-বেবী’

ওপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰণ মহান শিল্পী জয়ন্ত হাজৰিকাক

ওপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰণ মহান শিল্পী জয়ন্ত হাজৰিকাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.