• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ

ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ

5 years ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

4 minutes ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

55 minutes ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

2 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

3 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

4 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

17 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

17 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

18 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

19 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

19 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

20 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ

editor by editor
September 25, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ দীৰ্ঘসময় ধৰি বহুলোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে যুৱকজনৰ বিৰুদ্ধে। প্ৰৱঞ্চনাৰ টকাৰে শৰীৰৰ ওজনৰ প্ৰায় সমান পৰিমাণৰ সোণ পিন্ধে কুখ্যাত প্ৰৱঞ্চক মৃদুপৱন নেওঁগে৷ মৃদুপৱনক বিচাৰি শনিবাৰে কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলায় অভিযান। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্ৰ। নিজৰ বিলাসী বাহনত Govt of India লিখি ৰাখে প্ৰৱঞ্চক মৃদুপৱনে৷ নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে মৃদুপৱন নেওঁগে৷ আৰক্ষীৰ অভিযানৰ উমান পাই বাসগৃহৰ পৰা পলায়ন কৰে প্ৰৱঞ্চক নেওঁগে৷ আৰক্ষীৰ অভিযানকালত মৃদুপৱন নেওঁগৰ বাসগৃহত উদ্ধাৰ হৈছে যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ, পিষ্টল, গুলী, ভিজিটিং কাৰ্ড, ষ্টাম্প পেপাৰ আদি। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা পইণ্ট ৩২এম এম পিষ্টল, ২০জাই সজীৱ গুলী৷ যুৱকজনৰ বিৰুদ্ধে নেহাৰ কাৰ বজাৰে নগাঁৱত ৰুজু কৰিছিল গোচৰ। গাড়ী বিক্ৰীৰ নামত ৩০লাখ টকা প্ৰৱঞ্চনা কৰিছিল মৃদুপৱন নেওঁগে। মহানগৰৰ ভগদত্তপুৰ আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে চলাইছিল এই অভিযান৷ দেশৰ তথা ৰাজ্যৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠ বুলি দাবী কৰে নেওঁগে৷ তেওঁলোকৰ সৈতে তোলা ফটো ছচিয়েল মিডিযাত শ্বেয়াৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলে। আৰক্ষীৰ অভিযানৰ পাছত ছ’চিয়েল মিডিয়াত নিজৰ একাউন্ট ডিএকটিভ কৰি ৰাখিছে প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ উল্লেখ্য, মৃদুপৱন নেওঁগৰ দেহৰক্ষী ৰাজেশ দীক্ষিতক আটক কৰিছে আৰক্ষীয়ে৷ মাহিলী ৩৫ হাজাৰ টকা দৰমহা দি ৰাজেশ দীক্ষিতক দেহৰক্ষী হিচাপে ৰাখিছিল প্ৰৱঞ্চক মৃদুপৱন নেওঁগে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam police raidaxom live 24fraud mridupawan neog
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
APDCL পৰীক্ষাৰ কেলেংকাৰি, পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা

APDCL পৰীক্ষাৰ কেলেংকাৰি, পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা

স্বীকৃতি দিয়ক তালিবানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.