• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩দিনীয়া ভ্ৰমণ সামৰি স্ব-দেশত উপস্থিত প্ৰধানমন্ত্ৰী, মোদী-বাইডেনৰ শেহতীয়া সাক্ষাতত চিন্তিত ভাৰতবিৰোধী ৰাষ্ট্ৰ

5 years ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

3 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

17 minutes ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

11 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

12 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

13 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

14 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

15 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩দিনীয়া ভ্ৰমণ সামৰি স্ব-দেশত উপস্থিত প্ৰধানমন্ত্ৰী, মোদী-বাইডেনৰ শেহতীয়া সাক্ষাতত চিন্তিত ভাৰতবিৰোধী ৰাষ্ট্ৰ

editor by editor
September 27, 2021
in গুৱাহাটী, বিশ্ব, ভাৰত, ৰাজনীতি
0
৩দিনীয়া ভ্ৰমণ সামৰি স্ব-দেশত উপস্থিত প্ৰধানমন্ত্ৰী, মোদী-বাইডেনৰ শেহতীয়া সাক্ষাতত চিন্তিত ভাৰতবিৰোধী ৰাষ্ট্ৰ
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ শেহতীয়া আমেৰিকা ভ্ৰমণে চিন্তিত কৰি তুলিছে ভাৰতবিৰোধী ৰাষ্ট্ৰসমূহক৷ জ’ বাইডেন ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত ফাঁট মেলিব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া সচা প্ৰমাণিত নহ’ল৷ জ’ বাইডেন আৰু নৰেন্দ্ৰ মোদীৰ শেহতীয়া দ্বি-পাক্ষিক বৈঠকৰ পাছত পুনৰ চিন্তিত হৈ পৰিছে চীন, পাকিস্তানৰ দৰে ৰাষ্ট্ৰসমূহ৷ বৈঠকত কূটনীতি আৰু সামৰিক এজেণ্ডা সন্দৰ্ভত মূলতঃ আলোচনাত মিলিত দুয়োখন দেশ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰ অন্ত পেলাই দেওবাৰে স্বদেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী৷ সম্পূৰ্ণ ৯০ ঘণ্টাৰ এই ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী ২০ খনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ ভাৰতৰ এই আমেৰিকা ভ্ৰমণ সম্পূৰ্ণৰূপে এক কূটনৈতিক ভ্ৰমণ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, আষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু প্ৰধানমন্ত্ৰী য়োসিহিডে চুগাৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হয় মোদী৷ ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হয় মোদী৷ কূটনৈতিক বিষয় আৰু সামৰিক এজেণ্ডা সন্দৰ্ভত আলোচনা কৰে দুয়োখন দেশৰ মুৰব্বীয়ে৷ ভাৰতবিৰোধী ৰাষ্ট্ৰ পাকিস্তান আৰু চীন সন্দৰ্ভতো আলোচনা কৰে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে৷ ইয়াৰ উপৰি গুৰুত্বপূৰ্ণ কোৱাড সন্মিলতো অংশ লয় ভাৰতে৷ ভাৰতৰ এই ভ্ৰমণ তথা জ’ বাইডনৰে মোদীৰ বৈঠক এক মাইলৰ খুঁটিৰূপে বিবেচিত হ’ব ভাৰতৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24joe baidennarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
জীৱনশৈলী

April 17, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

April 17, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
Next Post
আয়ুষ্মান ভাৰত ডিজিটেল মিছন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব ডিজিটেল হেল্থ আইডি

অসম সন্তানলৈ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান, ড০ বিনয় কুমাৰ শইকীয়ালৈ ‘শান্তিস্বৰূপ ভাটনাগৰ বঁটা-২০২১’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন