• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
japanese princess

ৰক্ষণশীল সমাজৰ বান্ধোন ছিঙি প্ৰেমিকৰ সৈতে বিবাহ জাপানৰ ৰাজকন্যাৰ, মাকোৱে হেৰুৱালে ৰাজপৰিয়ালৰ সদস্যৰ মৰ্য্যদা

5 years ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

11 minutes ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

32 minutes ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

1 hour ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

2 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

3 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

4 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

4 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

6 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

7 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

18 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰক্ষণশীল সমাজৰ বান্ধোন ছিঙি প্ৰেমিকৰ সৈতে বিবাহ জাপানৰ ৰাজকন্যাৰ, মাকোৱে হেৰুৱালে ৰাজপৰিয়ালৰ সদস্যৰ মৰ্য্যদা

editor by editor
October 27, 2021
in বিবিধ, বিশ্ব
0
japanese princess
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সাধাৰণ নাগৰিকৰ দৰে জীৱন অতিবাহিত কৰিবলৈ আগবাঢ়িল জাপানৰ ৰাজকন্যা৷ ৰক্ষণশীল জাপানী সমাজৰ বান্ধোন ছিঙি সাধাৰণ নাগৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল জাপানৰ ৰাজকন্যা মাকো৷ ২৬ অক্টোবৰত প্ৰেমিক কেই কমুৰ’ৰ সৈতে বিবাহ সম্পন্ন হয় মাকোৰ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ এটি সম্পৰ্কৰ নাম দিয়ে দুয়োৱে৷ লগে লগে মাকোৱে হেৰুৱালে ৰাজপৰিয়ালৰ সদস্যৰ মৰ্য্যদা৷ ৰাজতন্ত্ৰৰ নিয়ম অনুসৰি, কোনো জাপানী ৰাজকন্যাই সাধাৰণ নাগৰিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লে আনুষ্ঠানিকভাৱে ত্যাগ কৰিব লাগে ৰাজপৰিয়ালৰ সদস্যৰ মৰ্য্যদা৷ মাকোৰ বিবাহ আৰু ৰাজপৰিয়ালৰ ৰাজকীয় নিয়ম বাতিল কৰা সম্পৰ্কত বিভিন্ন বিতৰ্ক সূত্ৰপাত ঘটিছে৷ ইতিমধ্যে বিতৰ্কৰ বাবে নিৰ্ধাৰিত সময়তকৈ ৩ বছৰ পিছুৱাই অনুষ্ঠিত কৰিছিল এই বিবাহ৷  সকলো ৰাজকীয় অনুষ্ঠান বাতিল কৰি কেৱল আইনী প্ৰক্ৰিয়াৰে মঙলবাৰে সম্পন্ন হয় এই বিবাহ৷ এতিয়াৰেপৰা নিউয়ৰ্কত সাধাৰণ নাগৰিকৰ দৰেই নতুন জীৱন আৰম্ভ কৰিব জাপানৰ সদ্যবিবাহিত ৰাজকন্যা মাকুৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24japans princess makoprincess marries commoner
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি
বাণিজ্য

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

May 3, 2026
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন
জীৱনশৈলী

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

May 3, 2026
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

May 3, 2026
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!
জীৱনশৈলী

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

May 3, 2026
Next Post
webcasting

সমাগত ৫ সমষ্টিৰ উপ নিৰ্বাচন, প্ৰতিটো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা

হাজাৰ হাজাৰ গছ কাটি সাজিব পথ

হাজাৰ হাজাৰ গছ কাটি সাজিব পথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.