• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ

কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ

editor by editor
December 8, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত
0
কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটক লৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত। মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ। তামিলনাডুৰ কুন্নুৰত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ Mi 17v5 হেলিকপ্টাৰখনত আছিল চীফ অৱ ডিফেন্স বিপিন ৰাৱট।

                                                             ” class=”btn btn-default”>SEE VIDEO

শীৰ্ষ সেনা বিষয়াগৰাকীৰ পত্নী মধুলিকা ৰাৱটো আছিল হেলিকপ্টাৰখনত। ইয়াৰ উপৰি ব্ৰিগেডিয়াৰ এল এছ লীডা, শীৰ্ষ বিষয়া হৰজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিৱেক কুমাৰ, বি ছাই তেজা, আৰু হভ ছটপল আছিল হেলিকপ্টাৰখনত। CDSগৰাকীয়ে দিল্লীৰ পৰা তামিলনাডুৰ চুলুৰ অভিমুখে যাত্ৰা কৰিছিল। তথ্য অনুসৰি CDSগৰাকীৰ সম্পূৰ্ণ চৰকাৰী ভ্ৰমণ আছিল এয়া। কুন্নুৰত CDSগৰাকীক লৈ যোৱা হেলিকপ্টাৰখন হঠাৎ আকাশ মাৰ্গতে জ্বলি উঠিল। দেহৰ ৭০ শতাংশ অগ্নিদগ্ধ হোৱা বিপিন ৰাৱটক চিকিৎসালয়ত ভৰ্তিৰ ব্যৱস্থা কৰে উদ্ধাৰকাৰী দলে। ইপিনে এই ঘটনাত এই বাতৰি যুগুতুৱা পৰ্যন্ত ১৩জনৰ মৃত্যু নিশ্চিত কৰিছে তামিলনাডু প্ৰশাসনে।

                                                             ” class=”btn btn-default”>SEE VIDEO

স্থানীয় লোকৰ ভাষ্য অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত বিকট শব্দ হোৱাৰ লগতে ক’লা ধোঁৱাই ছানি ধৰিছিল সমগ্ৰ আকাশ। নীলগিৰিৰ বনাঞ্চলত হেলিকপ্টাৰখন পৰা অংশত জ্বলি যায় গছ-বন। লগে লগে স্থানীয় লোকে আৰম্ভ কৰে যথাসম্ভৱ উদ্ধাৰ অভিযান। ঘটনাস্থলীলৈ উৰা মাৰে উদ্ধাৰকাৰীৰ দল। বায়ু সেনা প্ৰধানগৰাকীও উপস্থিত হয় দুৰ্ঘটনাস্থলীত। উপস্থিত হয় তামিলনাডুৰ বনমন্ত্ৰীও। কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনা? এই পৰ্যন্ত প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়।

                                                            ” class=”btn btn-default”>SEE VIDEO

কুঁৱলীৰ বাবেই উদ্ধাৰ অভিযানো কিছু পৰিমাণে বাধাগ্ৰস্ত হয়। আনহাতে এই ঘটনাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত হয় বিপিন ৰাৱটৰ ঘৰত। ইপিনে সেনাই ঘটনাৰ নিজাববীয়া তদন্ত ঘোষণা কৰিছে। আনহাতে ৰাষ্ট্ৰপতিয়ে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মুম্বাই ভ্ৰমণ স্থগিত ৰাখে। শাসক-বিৰোধী সকলোৱে এই ঘটনাত শোক ব্যক্ত কৰিছে। উল্লেখ্য MI হেলিকপ্টাৰ ৰুছিয়ান প্ৰযুক্তিৰে নিৰ্মিত বায়ু সেনাই ব্যৱহাৰ কৰা উন্নতমানৰ হেলিকপ্টাৰ। ইপিনে বিপিন ৰাৱট দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ পদত অধিষ্ঠিত প্ৰথমগৰাকী সেনা বিষয়া।

” class=”btn btn-default”>See Video

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: army helicopter crashedasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbipin rawat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
দৰমহা ১৪,০০০- ৬০,০০০০ লৈ, অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি

দৰমহা ১৪,০০০- ৬০,০০০০ লৈ, অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি

বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.