• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ

কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ

5 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

11 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

11 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

12 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

13 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

13 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

14 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

14 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

15 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

16 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

16 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

18 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ

editor by editor
December 8, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত
0
কেনেকৈ সংঘটিত হ’ল বিমান দুৰ্ঘটনা? মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটক লৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত। মুহূৰ্ততে ছাই হৈ গ’ল সেনাৰ হেলিকপ্টাৰ। তামিলনাডুৰ কুন্নুৰত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ Mi 17v5 হেলিকপ্টাৰখনত আছিল চীফ অৱ ডিফেন্স বিপিন ৰাৱট।

                                                             ” class=”btn btn-default”>SEE VIDEO

শীৰ্ষ সেনা বিষয়াগৰাকীৰ পত্নী মধুলিকা ৰাৱটো আছিল হেলিকপ্টাৰখনত। ইয়াৰ উপৰি ব্ৰিগেডিয়াৰ এল এছ লীডা, শীৰ্ষ বিষয়া হৰজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিৱেক কুমাৰ, বি ছাই তেজা, আৰু হভ ছটপল আছিল হেলিকপ্টাৰখনত। CDSগৰাকীয়ে দিল্লীৰ পৰা তামিলনাডুৰ চুলুৰ অভিমুখে যাত্ৰা কৰিছিল। তথ্য অনুসৰি CDSগৰাকীৰ সম্পূৰ্ণ চৰকাৰী ভ্ৰমণ আছিল এয়া। কুন্নুৰত CDSগৰাকীক লৈ যোৱা হেলিকপ্টাৰখন হঠাৎ আকাশ মাৰ্গতে জ্বলি উঠিল। দেহৰ ৭০ শতাংশ অগ্নিদগ্ধ হোৱা বিপিন ৰাৱটক চিকিৎসালয়ত ভৰ্তিৰ ব্যৱস্থা কৰে উদ্ধাৰকাৰী দলে। ইপিনে এই ঘটনাত এই বাতৰি যুগুতুৱা পৰ্যন্ত ১৩জনৰ মৃত্যু নিশ্চিত কৰিছে তামিলনাডু প্ৰশাসনে।

                                                             ” class=”btn btn-default”>SEE VIDEO

স্থানীয় লোকৰ ভাষ্য অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত বিকট শব্দ হোৱাৰ লগতে ক’লা ধোঁৱাই ছানি ধৰিছিল সমগ্ৰ আকাশ। নীলগিৰিৰ বনাঞ্চলত হেলিকপ্টাৰখন পৰা অংশত জ্বলি যায় গছ-বন। লগে লগে স্থানীয় লোকে আৰম্ভ কৰে যথাসম্ভৱ উদ্ধাৰ অভিযান। ঘটনাস্থলীলৈ উৰা মাৰে উদ্ধাৰকাৰীৰ দল। বায়ু সেনা প্ৰধানগৰাকীও উপস্থিত হয় দুৰ্ঘটনাস্থলীত। উপস্থিত হয় তামিলনাডুৰ বনমন্ত্ৰীও। কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনা? এই পৰ্যন্ত প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়।

                                                            ” class=”btn btn-default”>SEE VIDEO

কুঁৱলীৰ বাবেই উদ্ধাৰ অভিযানো কিছু পৰিমাণে বাধাগ্ৰস্ত হয়। আনহাতে এই ঘটনাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত হয় বিপিন ৰাৱটৰ ঘৰত। ইপিনে সেনাই ঘটনাৰ নিজাববীয়া তদন্ত ঘোষণা কৰিছে। আনহাতে ৰাষ্ট্ৰপতিয়ে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মুম্বাই ভ্ৰমণ স্থগিত ৰাখে। শাসক-বিৰোধী সকলোৱে এই ঘটনাত শোক ব্যক্ত কৰিছে। উল্লেখ্য MI হেলিকপ্টাৰ ৰুছিয়ান প্ৰযুক্তিৰে নিৰ্মিত বায়ু সেনাই ব্যৱহাৰ কৰা উন্নতমানৰ হেলিকপ্টাৰ। ইপিনে বিপিন ৰাৱট দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ পদত অধিষ্ঠিত প্ৰথমগৰাকী সেনা বিষয়া।

 

” class=”btn btn-default”>See Video

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: army helicopter crashedasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbipin rawat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
দৰমহা ১৪,০০০- ৬০,০০০০ লৈ, অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি

দৰমহা ১৪,০০০- ৬০,০০০০ লৈ, অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি

বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.