• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

5 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

5 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

5 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

5 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

6 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

7 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

8 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

9 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

9 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

10 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

10 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

11 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো

editor by editor
December 9, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স উদ্ধাৰ, তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দুৰ্ঘটনাস্থলীত উদ্ধাৰ বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰৰ ব্লেকবক্স৷ উদ্ধাৰৰ পাছতে তদন্ত বাবে নিয়া হৈছে ব্লেকবক্সটো৷ কাইলৈ অৰ্থাৎ শুকুৰবাৰে দিল্লীৰ কেণ্টত শেষকৃত্য সম্পন্ন হ’ব CDS বিপিন ৰাৱাটৰ৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য৷

আজি দিল্লীলৈ আজি অনা হ’ব বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহ৷ ১১ গৰাকী সেনাৰ নশ্বৰ দেহো অনা হ’ব দিল্লীলৈ৷ দিল্লীৰ চৰকাৰী আৱাস কামৰাগ মাৰ্গত ৰখা হ’ব ৰাৱাট-পত্নীৰ নশ্বৰ দেহ৷

তাতে অন্তিমবাৰৰ বাবে শেষ শ্ৰদ্ধাঞ্জলি জনাব গুণমুগ্ধই৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এখন সামৰিক বিমানেৰে অনা হ’ব ৰাৱাট-পত্নীৰ নশ্বৰ দেহ৷ ইফালে, ৰাৱাটৰ গৃহচহৰ উত্তৰাখণ্ডত এতিয়া শোকাকুল পৰিৱেশ৷

৩ দিনীয়াকৈ ৰাজ্যিক শোক প্ৰকাশ উত্তৰাখণ্ড চৰকাৰৰ৷ আৰু আজি সংসদত হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত বিবৃতি দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লোকসভাৰ অধ্যক্ষ আৰু সাংসদে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbipin rawatblack box recovered
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
কেনে আছে পাইলট বৰুণ সিং? বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা বিমানৰ চালক আছিল বৰুণ সিং

কেনে আছে পাইলট বৰুণ সিং? বিপিন ৰাৱাট দুৰ্ঘটনাত পতিত হোৱা বিমানৰ চালক আছিল বৰুণ সিং

সাৱধান! চৰকাৰী নিৰ্দ্দেশ৷ নৱবৰ্ষ, বনভোজত এইকেইটা কঠোৰ নিয়ম মানি চলাটো বাধ্যতামূলক

সাৱধান! চৰকাৰী নিৰ্দ্দেশ৷ নৱবৰ্ষ, বনভোজত এইকেইটা কঠোৰ নিয়ম মানি চলাটো বাধ্যতামূলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.