• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

5 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

2 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

2 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

3 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

3 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

4 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

4 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

6 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

7 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

7 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

8 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

editor by editor
February 2, 2022
in চিনেমা, ভাৰত
0
বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য
0
SHARES
891
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণ চুপাৰষ্টাৰ ধনুষেৰে বিচ্ছেদ হোৱাৰ কিছু দিনৰ পিছতে অসুস্থ হৈ পৰিছে দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য৷

উল্লেখ্য যে যোৱা ১৭ জানুৱাৰীত দক্ষিণৰ চুপাৰষ্টাৰ ধনুষ আৰু ঐশ্বৰ্য দুয়োৱে সামাজিক মাধ্যমৰ যোগে তেওঁলোকৰ ১৮ বছৰীয়া বৈবাহিক জীৱনৰ ইতি পেলোৱাৰ কথা ঘোষণা কৰিছিল৷

ধনুষেৰে বিবাহ বিচ্ছেদৰ পিছতে ঐশ্বৰ্য অসুস্থ হৈ পৰিছে৷ দুয়োৰে অনুৰাগীসকলে এই খবৰ লাভ কৰাৰ পাছতে ঐশ্বৰ্যই মানসিক ভাঙি পৰাৰ বাবেই অসুস্থ হৈ পৰা বুলি ধাৰণা কৰিছে৷

ইফালে ঐশ্বৰ্যই নিজা ইনষ্টাগ্ৰাম হেণ্ডলত নিজৰ এখন ফ’টো শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে তেওঁ অসুস্থ আৰু বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে৷

ঐশ্বৰ্য ঘোষণা কৰা মতে তেওঁ কোৰোনাত আক্ৰান্ত হৈছে৷ ‘‘সকলো সাৱধানতা অৱলম্বন কৰাৰ পিছতো কোভিডত আক্ৰান্ত হ’লো ৷ অনুগ্ৰহ কৰি সকলোৱে মাস্ক পৰিধান কৰক আৰু ভেকচিন গ্ৰহণ কৰক৷ ২০২২ত আমাৰ বাবে আৰু কি কি অপেক্ষা কৰি আছে দেখা যাওক৷’’ নিজৰ ইনষ্টাগ্ৰামত এইদৰে কয় ঐশ্বৰ্যই৷

View this post on Instagram

A post shared by Aishwaryaa R Dhanush (@aishwaryaa_r_dhanush)

ইফালে বিশেষ সূত্ৰই প্ৰকাশ কৰাৰ মতে নিজ কন্যাৰ বিবাহ বিচ্ছেদৰ পিছত দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্ত মানসিকভাৱে যথেষ্ট ভাঙি পৰিছে৷ কন্যা আৰু জোঁৱায়েকৰ বৈবাহিক জীৱন পুনৰ স্বাভাৱিক কৰিবলৈ ৰজনীকান্তই বাৰে বাৰে চেষ্টা কৰিছে বুলিও জানিব পৰা গৈছে৷ কিন্তু ধনুষে ৰজনীকান্তক সাক্ষাৎ দিবলৈ অমান্তি হৈছে৷

‘‘এই বিচ্ছেদৰ কাৰণ হৈছে ‘পাৰিবাৰিক বিবাদ’ সেয়ে তেওঁলোকে নিজৰ মাজতে সমস্যাসমূহ আলোচনা কৰি মীমাংসা কৰিবলৈ চেষ্টা কৰিছে৷ বোৱাৰী আৰু পুত্ৰৰ বিচ্ছেদ মই বিচৰা নাই৷’’ সংবাদ মাধ্যমৰ আগত এই দাবী কৰিছে ধনুষৰ পিতৃ তথা দক্ষিণৰ পৰিচালক কস্তুৰী ৰাজা-এ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aishwarya R. Dhanushasom live 24assamlive 24axom live 24dhanushRajanakant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
Next Post
পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.