• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ত আছিল কিমৰ পত্নী ৰি জু?  পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?

ক’ত আছিল কিমৰ পত্নী ৰি জু? পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?

5 years ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

18 minutes ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

4 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

5 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

17 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

18 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ক’ত আছিল কিমৰ পত্নী ৰি জু? পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?

editor by editor
February 2, 2022
in অসম, বিশ্ব, ভাৰত
0
ক’ত আছিল কিমৰ পত্নী ৰি জু?  পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?
0
SHARES
695
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত প্ৰায় পাঁচটা মাহৰ মূৰত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ পত্নী ৰি চুল জুক ৰাজহুৱা স্থানত দেখা গ’ল৷

বুধবাৰে ৰি চল জুক স্বামী কিম জং উনৰ সৈতে উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰত্যক্ষ কৰে৷

কোৰিয়ান চেন্ট্ৰেল নিউজ এজেঞ্চি-এ প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ শাসক কিমৰ পত্নীয়ে বুধবাৰে ৰাজধানীৰ পিয়ঙয়ঙৰ মানচুদাএ আৰ্ট থিয়েটাৰ ৰাজহুৱাভাৱে প্ৰত্যক্ষ কৰে৷ সংবাদ সংস্থাটোৰ সূত্ৰৰ অনুসৰি ৰি চুল জুকে বুধবাৰে উক্ত থিয়েটাৰত উপস্থিত হৈ নৱবৰ্ষ উপলক্ষ্যে উদযাপন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকীৰ পত্নী জুক যোৱা ৯ ছেপ্টেম্বৰত এক ৰাজহুৱা অনুষ্ঠানত দেখা গৈছিল৷ সেইবাৰ স্বামী কিম জং উনৰ সৈতে জুকে কিমৰ প্ৰয়াত ককাকৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে কুমচুচান প্লেচৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷

‘‘যেতিয়া স্বামী কিম জং উনৰ সৈতে ৰি চুল জুৱে আদৰণি সংগীতৰ তালে তালে প্ৰৱেশ কৰে তেতিয়া থিয়েটাৰৰ ভিতৰত থকা সকলোৱে ‘হুৰাহ’ বুলি চিঞৰি তেওঁক সম্ভাষণ জনায়৷’’ সংবাদ সংস্থা কেচিএনএ-এ এইদৰে কয়৷ সংবাদ সংস্থাটোৰ মতে কিম জং উনৰ পত্নীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সৈতে ফ’টোও উঠে৷

উল্লেখ্য যে স্বামী কিম জং উনৰ সৈতে প্ৰায়ে সামাজিক-ব্যৱসায়িক অনুষ্ঠান, সামৰিক ভ্ৰমণ আদিত উপস্থিত থাকি ৰি চুল জুৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টিত পৰি আহিছে৷ কিন্তু যোৱা কেবামাহ ধৰি কিমৰ সৈতে পত্নীক ৰাজহুৱা অনুষ্ঠানত অনুপস্থিত থকাত তেওঁ গৰ্ভধাৰণ কৰা বুলি চৰ্চা চলিছিল৷

ইফালে চিৰ বৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ চোৰাংচোৱাই প্ৰকাশ কৰিছিল যে কিমৰ পত্নীয়ে কোভিড-১৯ৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ ৰাজহুৱা কাৰ্যসূচীৰ পৰা বিৰত আছিল৷ দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাসমূহৰ মতে কিম আৰু ৰি চুল জুৰ তিনিটাকৈ সন্তান আছে আৰু ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি থাকি জুৱে নিজ সন্তানৰ সৈতে সময় অতিবাহিত কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kim jong-unnorth koreaRi Sol JuSouth Korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
Next Post
বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.