• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

5 years ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

11 minutes ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

32 minutes ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

52 minutes ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

1 hour ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

2 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

5 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

5 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

6 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

7 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

7 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

15 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

editor by editor
February 2, 2022
in অপৰাধ, ভাৰত
0
১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ
0
SHARES
333
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিক যৌন উৎপীড়ন চলাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এগৰাকী স্বামী৷

 

এই ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ জবলপুৰত৷ ঘটনাৰ বিৱৰণী অনুসৰি ৫০ বছৰীয়া শৰদ সিংঘই নামৰ এগৰাকী লোকে ২০২১ বৰ্ষৰ জুলাই মাহত ৩৫ বছৰীয়া এগৰাকী মহিলাক বিয়া কৰোৱাইছিল৷ আৰু তেতিয়াৰ পৰা শাৰদে পত্নীৰ ওপৰত অপ্ৰাকৃতিক যৌন উৎপীড়ন চলাই আহিছিল৷

 

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীৰ দৃষ্টি শক্তিজনিত সমস্যা আছে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি স্বামীয়ে বলপূৰ্বকভাৱে অপ্ৰাকৃতিক যৌন কৰ্মৰে উৎপীড়ন চলাই আহিছিল৷

 

পত্নীয়ে বাধা প্ৰদান কৰি আহিলেও স্বামীয়ে সেই অপ্ৰাকৃতিক যৌন উৎপড়ীন বন্ধ কৰা নাছিল শাৰদে৷ দিনে দিনে বৃদ্ধি পাই অহা এই অপ্ৰাকৃতিক যৌন উৎপড়ীন অসহ্যকৰ হৈ অহাত পত্নীগৰাকী স্থানীয় মদন মহল থানাৰ দ্বাৰস্থ হয়৷

 

পত্নীয়ে মদন মহল আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom lived 24assam live 24axom live 24sexual assault
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ
ভাৰত

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

October 26, 2026
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম
অপৰাধ

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

October 25, 2026
Next Post
প্ৰাক্তন প্ৰেমিক চলমানৰ সৈতেহে বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ কেটৰিনাৰ!

প্ৰাক্তন প্ৰেমিক চলমানৰ সৈতেহে বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ কেটৰিনাৰ!

কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?

কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.