• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?

কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?

5 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

5 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

6 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

7 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

7 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

8 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

10 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

10 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

11 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

11 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?

editor by editor
February 2, 2022
in Uncategorized
0
কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?
0
SHARES
569
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোটেলৰ সপ্তম মহলাৰ পৰা ৰাজস্থানৰ উদীয়মান মডেল গুণগুণ উপাধ্যায়ে আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই নতুন মোৰ লৈছে৷

উল্লেখ্য যে দুদিনমান পূৰ্বে ৰাজস্থানৰ যুধপুৰত গুণগুণ উপাধ্যায় নামৰ উদীয়মান এগৰাকী মডেলে আত্মহত্যাৰ চেষ্টা কৰিছিল৷

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে হনীট্ৰেপিঙৰ বলি হোৱাৰ বাবে আত্মহত্যাৰ দৰে অতি চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছিল মডেল গুণগুণ উপাধ্যায়ে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে ঘটনা সন্দৰ্ভত এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অক্ষত আৰু দীপালি নামৰ দম্পতীহালে মডেল গুণগুণৰ বাৰ্থৰুমত গা ধুই থকা ভিডিঅ’ গোপনে ৰেকৰ্ডিং কৰিছিল৷ আৰু সেই ভিডিঅ’টোৰ দ্বাৰাই দম্পতীহালে মজডেল গুণগুণক হনীট্ৰপিং কৰি আহিছিল৷

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত দম্পতীহালে মডেল গুণগুণক ৰাজস্থানৰ এগৰাকী মন্ত্ৰীৰ সৈতে নৈশযাপনৰ বাবেও হেঁচা প্ৰয়োগ কৰিছিল৷ কিন্তু মডেলগৰাকীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে৷

ইয়াৰ পিছতে দম্পহীহালে মডেলগৰাকীক হনীট্ৰেপিং কৰিবলৈ আৰম্ভ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ দম্পতী হালে এইদৰে মানসিক হাৰাশাস্তি দিয়াৰ বাবেই মডেলগৰাকীয়ে হোটেলৰ সপ্তম মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়৷ হোটেলৰ সপ্তম মহলাৰ পৰা জঁপিয়ালেও সৌভাগ্যবশতঃ মডেলগৰাকীৰ প্ৰাণ ৰক্ষা পৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24model gungunrajasthan police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

গালৱান উপত্যকাৰ ভাৰত-চীন সৈন্যৰ সংঘৰ্ষ : ৩৮ চীনা সৈন্য উটি গৈছিল নদীত!

গালৱান উপত্যকাৰ ভাৰত-চীন সৈন্যৰ সংঘৰ্ষ : ৩৮ চীনা সৈন্য উটি গৈছিল নদীত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.