• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

5 years ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

27 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

3 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

8 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

editor by editor
February 3, 2022
in অসম, ভাৰত, শিক্ষা
0
পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং এক্সাম চমুকৈ GATE পৰীক্ষাৰ সূচী পিছুৱাব নোৱাৰিব ৷ এই নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷

বুধবাৰে উচ্চতম ন্যায়ালয়ে GATE পৰীক্ষাৰ সূচী স্থগিত ৰখাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা দিয়ে৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ বিক্ৰম নাথৰ এক বিচাৰপীঠে পৰীক্ষালৈ মাত্ৰ ৪৮ ঘণ্টা সময় থকাৰ আগতে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে৷

বিচাৰপীঠখনে কয় যে হঠাতে পৰীক্ষা পিছুৱাই দি প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলৰ কেৰিয়াৰ সৈতে কোনোধৰণৰ খেলা কৰিব নোৱাৰি৷

‘‘যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে তেওঁলোকৰ কেৰিয়াৰ সৈতে ন্যায়ালয়ে খেলা কৰিব নোৱাৰে৷’’ সৰ্বোচ্চ ন্যায়ালয়ে কয়৷

বিচাৰপীঠখনে লগতে কয় যে একাডেমিক নীতি অনুসৰি পৰীক্ষা সঠিক সময়সূচীৰ মতেই হ’ব আৰু ন্যায়ালয়ে ইয়াত কোনো হস্তক্ষেপ নকৰে৷

উল্লেখ্য যে প্ৰায় ৯ লাখ পৰীক্ষাৰ্থীৰ মাজৰ ২০ হাজাৰ পৰীক্ষাৰ্থীয়ে স্বাক্ষৰ কৰি পৰীক্ষা পিছুৱাই দিয়াৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন অনলাইন আবেদন দাখিল কৰিছিল৷ সমগ্ৰ দেশজুৰি ২০০ টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৯ লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ বাবে কৰ্তৃপক্ষই এতিয়াও কোনো কোভিড বিধি প্ৰস্তুত কৰা নাই বুলি আবেদনখনত দাবী কৰা হৈছিল৷

উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই পৰীক্ষা পূৰ্বৰ সূচীৰ মতেই অনুষ্ঠিত হ’ব বুলি নিৰ্দেশ দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24GATEGATE Exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
গালৱান উপত্যকাৰ ভাৰত-চীন সৈন্যৰ সংঘৰ্ষ : ৩৮ চীনা সৈন্য উটি গৈছিল নদীত!

গালৱান উপত্যকাৰ ভাৰত-চীন সৈন্যৰ সংঘৰ্ষ : ৩৮ চীনা সৈন্য উটি গৈছিল নদীত!

ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.