• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

5 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

5 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

5 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

6 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

6 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

7 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

9 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

10 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

10 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

11 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

editor by editor
February 3, 2022
in অপৰাধ, বিশ্ব
0
ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?
0
SHARES
621
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববাসীক আতংকিত কৰি তোলা এক ভয়ংকৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ এগৰাকী মাতৃয়ে নিজৰ তিনিবছৰীয়া কন্যা সন্তানক ভালুকৰ গঁৰাললৈ নিক্ষেপ কৰিছে৷

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে উজবেকিস্তানৰ তাচখণ্ডৰ এখন চিৰিয়াখানাত৷ মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক প’ষ্টৰ মতে চিৰিয়াখানাৰ ভিতৰত থকা ভালুকৰ গঁৰাললৈ নিজ তিনিবছৰীয়া কন্যাক নিক্ষেপ কৰে এগৰাকী মহিলাই৷ এই সমগ্ৰ দৃশ্য আৱদ্ধ হৈ ৰৈছে চিৰিয়াখানাৰ চিচিটিভি টিভি কেমেৰাত৷

চিৰিয়াখানাৰ জুজু নামৰ ভালুকটোক বন্দী কৰি ৰখা গঁৰালটোৰ ১৬ ফুট তললৈ শিশু কন্যাটিক নিক্ষেপ কৰে মাতৃগৰাকীয়ে৷ ১৬ ফুট তললৈ নিক্ষেপ কৰাৰ ফলত শিশু কন্যাটি মূৰ আৰু হাতত আঘাত পালেও সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পোৱা বুলি প্ৰকাশ কৰিছে সংবাদ পত্ৰখনে৷

ইফালে শিশু কন্যাটিক নিক্ষেপ কৰাৰ সময়ত ভালুকটোৱে অন্য দিশলৈ গতি কৰাৰ বাবেও শিশুটি ভালুকটোৰ পৰা ৰক্ষা পৰে৷ ঘটনাটোত প্ৰত্যক্ষ কৰাৰ লগে লগে চিৰিয়াখানাৰ কৰ্মৰত কৰ্মচাৰীয়ে গঁৰালটোৰ পৰা নিৰাপদ অৱস্থাত কন্যা শিশুটিক উদ্ধাৰ কৰে৷ ইয়াৰ পিছতে হাত আৰু মূৰত আঘাত পোৱা কন্যা শিশুটিক স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ বৰ্তমান শিশুটি বিপদমুক্ত বুলি জানিব পৰা গৈছে৷

ইফালে বৃটেইনৰ সংবাদ পত্ৰ ডেইলী মিল-এ প্ৰকাশ কৰা অনুসৰি শিশুটিৰ মাতৃগৰাকীৰ পৰিচয় সংবাদ মাধ্যমত ৰাজহুৱা নকৰিলেও তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে৷ যদি মাতৃগৰাকী দোষী সাৱ্যস্ত হয় তেতিয়া অতি কমেও ১৫ বছৰৰ কাৰাবাস খাটিব লাগিব৷

‘‘দৰ্শনাৰ্থীৰ সন্মুখতে এগৰাকী যুৱতীয়ে এটি শিশু কন্যাক ভালুকৰ গঁৰালটোৰ তললৈ নিক্ষেপ কৰে৷’’ চিৰিয়াখানাৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয়৷

‘‘কিয় মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ দৰ্শনাৰ্থী আৰু চিৰিয়াখানাৰ কৰ্তৃপক্ষই মহিলাগৰাকীৰ এই কাণ্ডক সংঘটিত কৰাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিও আমি ব্যৰ্থ হওঁ৷’’ মুখপাত্ৰগৰাকীয়ে লগতে আৰু কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Mother DropsMother Drops 3 years old girlTashkent ZooUzbekistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…
অপৰাধ

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

August 21, 2026
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
Next Post
‘স্বামী নিলামৰ বিজ্ঞাপন’ পত্নীৰ; এই কাণ্ড কিয় কৰিলে পত্নীয়ে?

‘স্বামী নিলামৰ বিজ্ঞাপন’ পত্নীৰ; এই কাণ্ড কিয় কৰিলে পত্নীয়ে?

শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.