• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘স্বামী নিলামৰ বিজ্ঞাপন’ পত্নীৰ; এই কাণ্ড কিয় কৰিলে পত্নীয়ে?

‘স্বামী নিলামৰ বিজ্ঞাপন’ পত্নীৰ; এই কাণ্ড কিয় কৰিলে পত্নীয়ে?

5 years ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

6 minutes ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

31 minutes ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

1 hour ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

3 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

7 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

8 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

8 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘স্বামী নিলামৰ বিজ্ঞাপন’ পত্নীৰ; এই কাণ্ড কিয় কৰিলে পত্নীয়ে?

editor by editor
February 3, 2022
in অসম, বিশ্ব
0
‘স্বামী নিলামৰ বিজ্ঞাপন’ পত্নীৰ; এই কাণ্ড কিয় কৰিলে পত্নীয়ে?
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘‘স্বামী লাগিব নেকি? লাগিলে নিব পাৰিব৷ কিন্তু কোনোপধ্যেই সলনিযোগ্য নহয়৷ বিক্ৰী চূড়ান্ত৷’’

এইদৰে এক আমোদজনক বিজ্ঞাপনে চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমৰ লগতে ইন্টাৰনেটৰ জগতত৷ এগৰাকী পত্নীয়ে নিজৰ স্বামীক নিলামৰ বাবে দিয়া এক বিজ্ঞাপনত এইদৰে প্ৰকাশ কৰি এইবাৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷

কেৱল ইমানেই নহয়, মহিলাগৰাকীয়ে বিজ্ঞাপনটোত স্বামীৰ সম্পূৰ্ণ শাৰীৰিক আৰু পেচাগত বিৱৰণো দিছে৷ স্বামীৰ উচ্চতা, গাৰ বৰণ, বয়স, আৰু কি কাম কৰে আদি সকলো যাৱতীয় তথ্য ৱেবচাইটৰ বিজ্ঞাপনটোত দিছে মহিলাগৰাকীয়ে৷

ইয়াৰ পিছতে ইন্টাৰনেটৰ জগতত খলকনি তুলিছে এই বিজ্ঞাপনৰ প্ৰসংগই৷ আচলতে কিয় মহিলাগৰাকীয়ে এইদৰে নিজৰ স্বামীক নিলাম কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিলে?

আচলতে এটা সামান্য কাৰণত স্বামী আৰু পত্নীৰ মাজত এক বিবাদ আৰম্ভ হৈছিল৷ প্ৰকাশিত খবৰ অনুসৰি আয়াৰলেণ্ডৰ লিণ্ডা মেকয়ালিষ্টটাৰ নামৰ মহিলাগৰাকীয়ে গ্ৰীষ্ম বন্ধত ভ্ৰমণলৈ নিবলৈ স্বামীক কুটুৰি আছিল৷ কিন্তু জন মেকয়ালিষ্টাৰ নামৰ স্বামীগৰাকীয়ে দুই সন্তান আৰু পত্নীক এৰি অকলে গ্ৰীষ্ম বন্ধ উদযাপন কৰিবলৈ ঘৰৰ পৰা ওলাই যায়৷

এই কথাতে ক্ষুণ্ণ হৈ পত্নীয়ে এটা ৱেবচাইটত স্বামীক নিলাম কৰা হ’ব বুলি বিজ্ঞাপন প্ৰকাশ কৰে৷ বিজ্ঞাপনটো প্ৰকাশ কৰাৰ মাত্ৰকে ১২ গৰাকী গ্ৰাহকে স্বামীগৰাকীৰ বিৰুদ্ধে দৰ দাম কৰিবলৈ আৰম্ভ কৰে৷ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে স্বামীৰ নিলামৰ দৰ পাঁচ হাজাৰ টকা অতিক্ৰম কৰে৷

বন্ধুৰ পৰা স্বামীগৰাকীয়ে তেওঁক পত্নীয়ে নিলাম কৰাৰ কথা জানিব পাৰে৷ ইয়াৰ পিছতে বিজ্ঞাপনটো ৱেবচাইটটোৰ পৰা আঁতৰাই দিয়া হৈছে৷

এই ঘটনাৰ পিছত এনেদৰে কোনো মহিলাই নিজৰ স্বামীক নিলাম কৰাৰ বিজ্ঞাপন প্ৰথমবাৰলৈ দেখা পোৱা বুলি মন্তব্য কৰিছে ৱেবচাইট পলিচি আৰু কমপ্লায়েন্স মেনেজাৰ জেমছ ৰায়ানে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24husband auction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

ৰাজনীতিকৰণৰ অভিযোগ: বেইজিং অলিম্পিকৰ অনুষ্ঠান বৰ্জন কৰিব ভাৰতে

ৰাজনীতিকৰণৰ অভিযোগ: বেইজিং অলিম্পিকৰ অনুষ্ঠান বৰ্জন কৰিব ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.