• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰ সন্তানৰ আশা! হাতুৰীয়াই গৰ্ভৱতী মহিলাই মূৰত সোমোৱাই ল’লে গজাল  

পুত্ৰ সন্তানৰ আশা! হাতুৰীয়াই গৰ্ভৱতী মহিলাই মূৰত সোমোৱাই ল’লে গজাল  

4 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

38 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

1 hour ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

2 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

5 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুত্ৰ সন্তানৰ আশা! হাতুৰীয়াই গৰ্ভৱতী মহিলাই মূৰত সোমোৱাই ল’লে গজাল  

editor by editor
February 9, 2022
in অসম, ৰাজনীতি
0
পুত্ৰ সন্তানৰ আশা! হাতুৰীয়াই গৰ্ভৱতী মহিলাই মূৰত সোমোৱাই ল’লে গজাল  
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আজৱ তথা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এগৰাকী পাকিস্তানী গৰ্ভৱতী মহিলাই৷

ঘটনাৰ বিৱৰণীৰ মতে পাকিস্তানৰ পেছোৱাৰাৰ তিনি কন্যা সন্তানৰ মাতৃ গৰ্ভৱতী এগৰাকী মহিলাই পুত্ৰ সন্তানৰ লাভৰ আশাৰে হাতুৰীৰে কোব মাৰি নিজৰ মূৰত দুই ইঞ্চি দৈৰ্ঘ্যৰ গজাল সোমাৱাই লয়ে৷

ইয়াৰ ফলত গুৰুতৰ ভাৱে আহত হয় গৰ্ভৱতী মহিলাগৰাকী৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

বুধবাৰে পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ আগত স্থানীয় চিকিৎসালয়ৰ চিকিৎসক হাইদৰ খানে প্ৰকাশ কৰা অনুসৰি গৰ্ভৱতী মহিলাগৰাকীয়ে এগৰাকী ধৰ্মীয় চুফীৰ পৰামৰ্শৰ মতে পুত্ৰ সন্তান লাভৰ আশাৰে এই কাণ্ড সংঘটিত কৰিছিল৷

চিকিৎসকগৰাকীৰ মতে এক্স-ৰে ৰিপ’ৰ্টত মহিলাগৰাকীৰ মূৰত দুই ইঞ্চি এটা গজাল ভিতৰলৈ প্ৰৱেশ কৰা স্পষ্টকৈ ধৰা পৰিছে৷ গজালটো প্ৰৱেশ কৰাৰ ফলত গৰ্ভৱতী মহিলাগৰাকী মগজু আঘাতপ্ৰাপ্ত হৈছে৷

‘‘মহিলাগৰাকীয়ে চুফীগৰাকীৰ পৰামৰ্শ অনুসৰি পুত্ৰ সন্তান লাভৰ আশাত হাতুৰীৰে কোব মাৰি নিজৰ মূৰত গজালটো ভৰাই দিছিল৷’’ চিকিৎসক ডাঃ হাইদৰ খানে সংবাদ মাধ্যমক কয়৷

ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে উক্ত চুফীজনক আটক কৰিবলৈ গৰ্ভৱতী মহিলাগৰাকীকো সোধপোচ কৰা বুলি প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalpakistanPregnant Pak Woman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
ৰিয়েল লাইফৰ হিৰ’ অভিনেতা ছনু চুদ; ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিমুহুৰ্তত আৰ্তজনৰ কাষত ছনু চুদ

ৰিয়েল লাইফৰ হিৰ’ অভিনেতা ছনু চুদ; ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিমুহুৰ্তত আৰ্তজনৰ কাষত ছনু চুদ

হিজাব কাণ্ড : উচ্চতম ন্যায়ালয়ত মুখ থেকেচা! খাৰিজ হ’ল দ্ৰুত শুনানিৰ আৰ্জি

হিজাব কাণ্ড : উচ্চতম ন্যায়ালয়ত মুখ থেকেচা! খাৰিজ হ’ল দ্ৰুত শুনানিৰ আৰ্জি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.