• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব কাণ্ড : উচ্চতম ন্যায়ালয়ত মুখ থেকেচা! খাৰিজ হ’ল দ্ৰুত শুনানিৰ আৰ্জি

হিজাব কাণ্ড : উচ্চতম ন্যায়ালয়ত মুখ থেকেচা! খাৰিজ হ’ল দ্ৰুত শুনানিৰ আৰ্জি

4 years ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

25 minutes ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

2 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

14 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

15 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

15 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

17 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

হিজাব কাণ্ড : উচ্চতম ন্যায়ালয়ত মুখ থেকেচা! খাৰিজ হ’ল দ্ৰুত শুনানিৰ আৰ্জি

editor by editor
February 10, 2022
in ভাৰত, ৰাজনীতি
0
হিজাব কাণ্ড : উচ্চতম ন্যায়ালয়ত মুখ থেকেচা! খাৰিজ হ’ল দ্ৰুত শুনানিৰ আৰ্জি
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণাটকৰ লগতে দেশৰ সংবাদ আৰু সামাজিক মাধ্যম উত্তাল কৰি ৰখা হিজাব কাণ্ডই নিতৌ ন ন মোৰ লোৱা দেখা গৈছে৷

ইছলাম ধৰ্মাৱলম্বী শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ অধিকাৰ বিচাৰি কৰা আন্দোলনে কৰ্ণাটকৰ কোনো কোনো ঠাইত হতাহতি পৰ্যায় পোৱাৰ সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয় আৰু দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছে গৈ এই কাণ্ডই৷

বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে গোচৰটো ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত উচ্চ বিচাৰপীঠত শুনানিৰ বাবে প্ৰেৰণ কৰাৰ পিছতে বৃহস্পতিবাৰে পুনৰ ইয়াৰ শুনানি হোৱাৰ কথা৷ কিন্তু ইয়াৰ মাজতে গোচৰীয়া পক্ষৰ পৰা গোচৰটো দ্ৰুত শুনানিৰ বাবে উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰিবলৈ বৃহস্পতিবাৰে এক আৰ্জি পেচ কৰা হৈছিল৷

বৃহস্পতিবাৰে উক্ত আৰ্জি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে৷ উচ্চতম ন্যায়ালয়ে কয় যে কৰ্ণাটক উচ্চ ন্যায়ালয়ত শুনানি আৰম্ভ হোৱা এই গোচৰটো উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰি হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাই৷

ইফালে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতৰ বিচাৰপীঠে গোচৰটো উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ পিছতে ইয়াৰ শুনানি এসপ্তাহৰ পৰা দুসপ্তাহলৈ পিছুৱাই যাব বুলি ধাৰণা কৰা হৈছিল যদিও ইয়াৰ গম্ভীৰতালৈ লক্ষ্য কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে বুধবাৰে ৰাতিয়ে ইয়াৰ শুনানি বৃহস্পতিবাৰে দুপৰীয়া কৰা হ’ব বুলি ঘোষণা কৰে৷

ইয়াৰ পিছতে গোচৰটো বৃহস্পতিবাৰে দুপৰীয়া আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে৷ ইফালে পৰিস্থিতিৰ অচলাৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হৈছে৷

পৰিস্থিতি যাতে অধিক অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ বন্ধৰ ম্যাদ বৃদ্ধিৰ কৰাৰ সম্পৰ্কে বৈঠকত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalhijab rowkarnatakaKarnataka High Courtsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?
বিশ্ব

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
Next Post
সংস্থাপনহীনতাৰ ভয়ংকৰ পৰিণতি; ৩ বছৰত ৯ হাজাৰ নিৱনুৱাৰ আত্মহত্যা

সংস্থাপনহীনতাৰ ভয়ংকৰ পৰিণতি; ৩ বছৰত ৯ হাজাৰ নিৱনুৱাৰ আত্মহত্যা

দেশৰ IIT, NIT আৰু IIIT-সমূহত বৃহৎসংখ্যক পোষ্টগ্ৰেজুৱেট আৰু PhDৰ আসন খালী!

দেশৰ IIT, NIT আৰু IIIT-সমূহত বৃহৎসংখ্যক পোষ্টগ্ৰেজুৱেট আৰু PhDৰ আসন খালী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.