• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?

মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?

4 years ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

2 minutes ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

52 minutes ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

1 hour ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

2 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

2 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

15 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

16 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

16 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

17 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

17 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

18 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?

editor by editor
February 23, 2022
in বাণিজ্য, ভাৰত
0
মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল এগৰাকী গঞা, কিন্তু কেনেকৈ?
0
SHARES
332
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা মাত্ৰ ৰাতিৰ ভিতৰতে এজন লোকৰ ভাগ্যৰ চকৰী সলনি হৈ গ’ল৷ মাটি খান্দি ৰাতিটোৰ ভিতৰতে এগৰাকী গঞা কোটিপতি হৈছে৷

মধ্য প্ৰদেশৰ পন্না জিলাৰ কিশোৰগঞ্জৰ সুশীল শুক্লা নামৰ লোকজনে মাটি খান্দি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈছে৷

প্ৰকাশিত খবৰ অনুসৰি সুশীল শুক্লাই মাটি খান্দি থাকোতে ২৬.১১ কেৰেট হীৰা লাভ কৰিছে৷ যি হীৰাৰ মূল্য প্ৰায় ১.২০ কোটি টকা৷

প্ৰকাশিত খবৰ অনুসৰি সুশীল শুক্লা নামৰ লোকজনে হীৰা খনিৰ সমীপৰ কৃষ্ণা কল্যাণপুৰ ক্ষেত্ৰত মাটি খান্দি থাকোতে এই মূল্যৱান হীৰা ডোখৰ লাভ কৰে৷

হীৰা বিষয়া ৰবি পেটেলে সুশীল শুক্লাই মাটি খান্দোতে লাভ কৰা এই মূল্যৱান হীৰা ডোখৰ অতি শীঘ্ৰেই নিলাম কৰা হ’ব বুলি সদৰী কৰিছে৷ বিষয়াগৰাকীৰ মতে চৰকাৰী ৰয়েলিটি আৰু কৰ লোৱাৰ পিছত ৰৈ যোৱা হীৰাৰ মূল্য ইয়াৰ গৰাকীক দিয়া হ’ব৷

ৰবি পেটেল প্ৰকাশ কৰা অনুসৰি হীৰা ডোখৰৰ মূল্য অতি কমেও ১.২০ কোটি টকা হ’ব৷ তেওঁৰ মতে নিলামত হীৰা ডোখৰ মূল্য আৰু অধিক পোৱাৰো সম্ভাৱনা আছে৷

ইফালে মাটি খান্দোতে হীৰা লাভ কৰা সুশীল শুক্লাই প্ৰকাশ কৰিছে যি ডোখৰ মাটিত তেওঁ মূল্যৱান হাৰী লাভ কৰিছিল সেই মাটিখিনি কেইজমান সতীৰ্থৰ সৈতে লীজত লৈছিল৷ হীৰা ডোখৰৰ লাভ কৰা ধন তেওঁ সতীৰ্থকেইজনৰ সৈতে ভাগ কৰি ব্যৱসায়ত খটোৱাব বুলি সদৰী কৰিছে৷

লীজত মাটি লৈ ইটাৰ ভাটা চলোৱা সুশীল শুক্লাই লগতে প্ৰকাশ কৰিছে যে যোৱা ২০ বছৰে উক্ত মাটিত খনন কৰি আহিলেও  প্ৰথমবাৰ বাবে হীৰা লাভ কৰিছে৷

ইফালে হীৰা বিষয়া পেটেলৰ মতে বিগত ৬১ বছৰে পন্নাৰ উথলি হীৰাখনিত লাভ কৰা এই হীৰা ডোখৰেই হৈছে আটাইতকৈ বৃহৎ হীৰাৰ টুকুৰা৷ ইয়াৰ পূৰ্বে ৰছুল মহম্মদ নামৰ এজন লোকে পন্নাতে ১৯৬১ চনত ৪৪.৩৩ কেৰেট হীৰা লাভ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dimond
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!
বাণিজ্য

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

April 19, 2026
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!
বাণিজ্য

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

April 18, 2026
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক
বাণিজ্য

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

April 18, 2026
Next Post
কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!

কেৱল জেকলিনেই নহয়, বলিউদৰ বহু অভিনেত্ৰীলৈ মূল্যৱান গিফ্ট মহাপ্ৰৱঞ্চক চন্দ্ৰশেখৰৰ!

ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

ফেচবুকে সাময়িকভাৱে নিষিদ্ধ কৰিলে বিতৰ্কিত লেখিকা তছলিমা নাছৰিণক! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.