• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

4 years ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

20 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

32 minutes ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

47 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

2 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

4 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

editor by editor
March 14, 2022
in ভাৰত, শিক্ষা
0
দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডই নতুন মোৰ লৈছে৷ সোমবাৰে দুপৰীয়া প্ৰকাশ পাইছিল যে মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছে৷

ঘটনাৰ সন্দৰ্ভত ভীলে পাৰ্লে আৰক্ষী থানাই ইতিমধ্যে মালাড অঞ্চলৰ এটা প্ৰাইভেট ক’ৰ্ছিং চেণ্টাৰৰ এজন শিক্ষকক প্ৰশ্ন কাকত ফাদিল ঘটনাত জজ়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷

অভিযোগ অনুসৰি কিছুসংখ্যক ছাত্ৰই মোবাইল যোগে ৰাসায়ন বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত লাভ কৰি তেওঁলোকে পৰীক্ষা কেন্দ্ৰত কিছু পলমকৈ উপস্থিত হৈছিল৷

লগতে পঢ়ক যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু

এই অভিযোগৰ পিছতে ভীলে পাৰ্লে আৰক্ষীয়ে তৎপৰতাৰে এটা প্ৰাইভেট কোছিং চেণ্টাৰৰ এজন শিক্ষকক ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷

কিন্তু ইয়াৰ পিছতে এই ঘটনাই নতুন মোৰ লৈছে৷ ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী প্ৰফেছৰ বৰ্ষা একনাথ গাইকোৱাড়ে কৈছে যে ৰাজ্যখৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই৷

নিজৰ টুইটাৰ হেণ্ডলত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই৷ শিক্ষামন্ত্ৰীগৰাকীৰ মতে কোনা দুষ্ট চক্ৰই সামাজিক মাধ্যমৰ যোগেদি এই ভুৱা প্ৰচাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChemistry Paper LeakedMaharastra Board ExamProf. Varsha Eknath Gaikwad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী

‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী

কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?

কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.