• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

4 years ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

9 minutes ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

41 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

1 hour ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

3 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

4 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

4 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

5 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

editor by editor
March 22, 2022
in অসম, উত্তৰ-পূব, ভাৰত, শিক্ষা
0
কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববিদ্যালয় আনুদান আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢি়ছে৷ কেন্দ্ৰীয়  বিশ্ববিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিবলগীয়া শিক্ষাৰ্থীয়ে নামভৰ্তিৰ বাবে এক উমৈহতীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ নেশ্যনেল টেষ্টিং এজেঞ্চি(NTA)এ এই পৰীক্ষা পৰিচালনা কৰিব৷

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে শিক্ষাৰ্থীয়ে কমন ইউনিভাৰ্ছিটি এণ্ট্ৰেন্স টেষ্ট (Common University Entrance Test, CUET)ত অৱতীৰ্ণ হ’ব লাগিব৷ এই উমৈহতীয়া পৰীক্ষাত উত্তীৰ্ণ হৈ লাভ কৰা নম্বৰৰ ভিত্তিতহে শিক্ষাৰ্থীয়েহে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰম অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰিব৷

মংগলবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ এই কথা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এম জগদেশ কুমাৰে৷

লগতে পঢ়ক নিৱনুৱাৰ বাবে সুখবৰ; ভাৰতীয় সেনাৰ বিভিন্ন পদত কৰা হ’ব নিযুক্তি

বিশ্ববিদ্যালয় আনুদান আয়োগে এই ব্যৱস্থাটো ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ অহা ২৫ মাৰ্চত এই প্ৰস্তাৱটোত অনুমোদন কৰিব বুলি প্ৰকাশ পাইছে৷

লয় অনুদান আয়োগে নতুন শিক্ষা নীতিৰ আধাৰত বিগত দিনতে দেশৰ ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কমন এণ্ট্ৰেন্স টেষ্ট প্ৰচলন কৰিবলৈ পৰিকল্পনা কৰিছিল সেয়া কাৰ্যকৰী কৰা হোৱা নাছিল৷

ইফালে এই নতুন ব্যৱস্থা ২০২২-২৩ বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব৷ আৰু ইয়াত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়েহে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰিব পাৰিব৷

লগতে পঢ়ক মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ

অহা ১ এপ্ৰিলত এই পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰকাশ হ’ব৷ শিক্ষাৰ্থীসকলে এই প্ৰৱেশ পৰীক্ষা ১৩টা ভাষাত দিব পাৰিব৷ হিন্দী, মাৰঠী, গুজৰাটী, তামিল, তেলেগু, কানাৰা, মালায়ালম, উৰ্দু, অসমীয়া, বঙালী, পঞ্জাৱী, উৰিয়া আৰু ইংৰাজী ভাষাত দিব পাৰিব প্ৰৱেশ পৰীক্ষা৷

এই পৰীক্ষাত বাধ্যতামূলকভাৱে থাকিব ভাষা বিষয়ক প্ৰশ্নকাকত৷ বিদেশী ভাষাতো পৰীক্ষা দিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে৷ ৬টা ভিন্ন বিষয়ত পৰীক্ষা দিব পাৰিব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰম পঢ়িব বিচৰা শিক্ষাৰ্থীয়ে৷ সংৰক্ষণ ব্যৱস্থা বাহাল থাকিব যদিও cuetৰ আধাৰত বাছনিত উঠা প্ৰাৰ্থীয়েহে এই সুবিধা লাভ কৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
বিজ্ঞান

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

June 7, 2026
Next Post
চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.