• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

4 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

4 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

5 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

6 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

6 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

7 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

8 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

9 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

10 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

10 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

11 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

editor by editor
March 23, 2022
in চিনেমা, বিনোদন, ভাৰত
0
মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!
0
SHARES
492
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ একালৰ ১ নম্বৰ স্থানৰ অভিনত্ৰী মাধুৰী দীক্ষিত৷ আমেৰিকান নিৱাসী চিকিৎসক ডাঃ শ্ৰীৰাম নেনেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এতিয়া দুই সন্তানৰ সুখৰ সংসাৰ মাধুৰী দীক্ষিতৰ৷

এই মাধুৰী দীক্ষিত আৰু ডাঃ শ্ৰীৰাম নেনে এতিয়া পুনৰ এক বিশেষ কাৰণত সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷

পিংকভিল্লাৰ মতে চেলিব্ৰেটি দম্পতীহালে মুম্বাইৰ এক সম্ভ্ৰান্ত এলেকাত এটা ফ্লেট ভাৰাত লৈ বিশেষ চৰ্চালৈ আহিছে৷ মু্ম্বাই সম্ভ্ৰান্ত এলেকা ৱাৰ্লিত দম্পতীহালে এটা ভাৰাঘৰ লৈছে৷ আৰু এই ফ্লেটৰ মাহিলি ভাৰা হৈছে ১২.৫ লাখ টকা৷

লগতে পঢ়ক ৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

প্ৰকাশ পোৱা মতে এই ফ্লেটটো আছে মাধুৰী দীক্ষিত আৰু শ্ৰীৰাম নেনেৰ এপাৰ্টমেন্টৰ ২৯ নং মহলাত য’ৰ পৰা দৃষ্টিনন্দন মুম্বাই চহৰখন দৰ্শন কৰিব পাৰি৷ কাৰ্পেট এৰিয়াৰ উক্ত বিলাসী ফ্লেটটোৰ ৫,৫০০ বৰ্গফুটৰ৷

সামাজিক মাধ্যমত ফ’টো শ্বেয়াৰ কৰা উক্ত ফ্লেটটো দম্পতীহালৰ বাবে সজাই তুলিছে ডিজাইনাৰ অপূৰ্ব শ্ৰফে৷

লগতে পঢ়ক স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী

ইফালে মোহময়ী অভিনেত্ৰীগৰাকীৰ শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মতো অভিষেক ঘটিছে৷

বিজয় নাম্‌বীয়াৰ আৰু কৰিশ্মা কোহলীৰ পৰিচালিত দ্য ফেম গেম নামৰ চিৰিজটোত সঞ্জয় কাপুৰ আৰু মানৱ কৌলৰ সৈতে অভিনয় কৰিছে মাধুৰী দীক্ষিতে৷ ৱেব চিৰিজটো যোৱা ২৫ ফেব্ৰুৱাৰিৰ পৰা নেটফ্লিক্সত আৰম্ভ হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actressMadhuri Dixit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?

নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?

নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

নিজকে কিয় ‘নাৰী’ বুলি নাভাবে বলিউদৰ অভিনেত্ৰী কংকনা সেন শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.