• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

4 years ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

24 minutes ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

46 minutes ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

2 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

6 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

6 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

8 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

8 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

9 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

10 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

10 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

editor by editor
April 14, 2022
in বাণিজ্য, বিশ্ব
0
‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ ধনাঢ্য ব্যক্তি তথা বিলিয়নেয়াৰ এলান মাস্কে ক্ৰয় কৰিব টুইটাৰ! ৪১ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যত টুইটাৰক ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে বিশ্বৰ ধনাঢ্য ব্যক্তিগৰাকীয়ে৷

বিলিয়নেয়াৰ এলন মাস্কে ছ’চিয়েল মিডিয়া কোম্পানীটোৰ ব’ৰ্ডৰ আসন প্ৰত্যাখ্যান কৰাৰ কেইদিনমান পিছতে টুইটাৰক প্ৰায় ৪১ বিলিয়ন মাৰ্কিন ডলাৰত ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে।

লগতে পঢ়ক কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

বৃহস্পতিবাৰে প্ৰকাশ মোৱা মতে মাস্কৰ প্ৰতিটো শ্বেয়াৰৰ অফাৰ মূল্য প্ৰায় ৫৪.২০ ডলাৰ৷ ইফালে ৩৮% শতাংশ প্ৰিমিয়াম শ্বেয়াৰ থকা টুইটাৰৰ সৈতে ১ এপ্ৰিলত মাস্কৰ অংশীদাৰিত্বৰ ম্যাদ শেষ হ’ব৷

আনহাতে, মাস্কে এই প্ৰস্তাৱ দিয়াৰ দিনাই টুইটাৰৰ প্ৰি-মাৰ্কেট শ্বেয়াৰ ১২% শতাংশলৈ বৃদ্ধি হৈছে৷

‘‘মই বিনিয়োগ কৰাৰ পিছৰে পৰা উপলব্ধি কৰিছো যে কোম্পানীটোৱে বৰ্তমানৰ ৰূপত উন্নত সেৱা আগবঢ়াব নোৱাৰে। টুইটাৰক এটা ব্যক্তিগত কোম্পানী হিচাপে ৰূপান্তৰিত কৰা প্ৰয়োজন৷,’’ টুইটাৰৰ অধ্যক্ষ ব্ৰেট টেইলৰলৈ লিখা এখন পত্ৰত মাস্কে কয়।

লগতে পঢ়ক অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

‘‘এয়া মোৰ শ্ৰেষ্ঠ আৰু চূড়়ান্ত প্ৰস্তাৱ৷ যদি ইয়াক গ্ৰহণ কৰা নহয়, মই শ্বেয়াৰহোল্ডাৰ হিচাপে মোৰ স্থিতি পুনৰ বিবেচনা কৰিব লাগিব,’’ মাস্কে পত্ৰখনত লগতে কয়।

উল্লেখ্য যে এই সপ্তাহৰ আৰম্ভণিতে মাস্কে কৈছিল যে তেওঁ টুইটাৰৰ ব’ৰ্ডৰ আসন ত্যাগ কৰাৰ পৰিকল্পনা কৰিছে৷

এই ঘোষণা কৰাৰ পিছতে মাস্কে টুইটাৰৰ ব’ৰ্ডৰ আসন ত্যাগ কৰে আৰু টুইটাৰক ক্ৰয় কৰাৰ শেষৰটো প্ৰস্তাৱ প্ৰদান কৰিছে৷ মাস্কৰ এই প্ৰস্তাৱ সন্দৰ্ভত টুইটাৰৰ অধ্যক্ষ ব্ৰেট টেইলৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া জানিব পৰা হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBret Taylorelon musktwitter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
Next Post
পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.