• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত

লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত

5 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

2 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

2 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

3 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

3 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

4 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

5 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

5 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

7 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

7 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত

editor by editor
April 14, 2022
in অসম, বাণিজ্য
0
লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত
0
SHARES
474
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিএছএনএলে ইয়াৰ গ্ৰাহকসকলক এনে কিছুমান ডাটা ভাউচাৰ প্ৰদান কৰিছে যিয়ে গ্ৰাহকসকলকে অতিৰিক্ত লাভ প্ৰদান কৰিছে। গ্ৰাহকৰ সুবিধাৰ বাবে আমি বিএছএনএল-এ আগবঢ়োৱা ডাটা পেকৰ এখন তালিকা প্ৰস্তুত কৰিছো— যাৰ দ্বাৰা বিএছএনএলৰ গ্ৰাহকসকলে উপকৃত হ’ব পাৰিব৷

তালিকাৰ প্ৰথম দুটা পৰিকল্পনা অতি হ্ৰস্বম্যাদী পৰিকল্পনা। বিএছএনএলে ১৬ টকাৰ mini_16 আঁচনি আগবঢ়াই, যিয়ে এদিনৰ বাবে ২ জিবি ডাটা আগবঢ়াই আহিছে। ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে এটা C_DATA56 আঁচনিও আগবঢ়াই যিয়ে Zing ত প্ৰৱেশাধিকাৰৰ সৈতে ১০ দিনৰ বৈধতাৰে ১০ জিবি ডাটা প্ৰদান কৰে।

লগতে পঢ়ক অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

বিএছএনএলৰ পৰ্টফলিঅ’ত এটা ডাটা চুনামি (ডাটাটিচুনামি) পেক আছে৷ এই পেকত ২২ দিনৰ বাবে প্ৰতিদিনে ২ জিবি ডাটা গ্ৰাহকে লাভ কৰিব।

টেলকোৰ Data_WFH_151 পেকে ২৮ দিনৰ বাবে মুঠ ৪০ জিবি ডাটা প্ৰদান কৰে আৰু Zing প্ৰৱেশাধিকাৰো লাভ কৰিব পাৰে। কোম্পানীটোৰ STV_198 ৫০ দিনৰ বৈধতাৰ বাবে প্ৰতিদিনে ১৯৮ টকাত ২ জিবি প্ৰদান কৰে।

লগতে পঢ়ক ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

বিএছএনএল-এ আন এটা Data_WFH_251 পেক আগবঢ়াই যিটো ২৫১ টকাৰ মূল্যত ২৮ দিনৰ বাবে মুঠ ৭৯ জিবি ডাটা প্ৰদান কৰে৷ ইয়াতো Zingত প্ৰৱেধিকাৰ লাভ কৰিব৷

প্ৰতিষ্ঠানটোৱে ৪৪৭ টকীয়া এক পেকত মুঠ ১০০ জিবি উচ্চ-গতিৰ ডাটা প্ৰদান কৰে। ১০০ জিবি ডাটা ব্যৱহাৰ কৰাৰ পিছতো ব্যৱহাৰকাৰীয়ে ৮০ কেবিপিএছৰ ইণ্টাৰনেট গতি লাভ কৰে।

লগতে পঢ়ক বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

এই পেকটোত ৬০ দিনৰ বৈধতা লাভ কৰিব৷ ইয়াত প্ৰতিদিনে ১০০ টা এছএমএছৰ সৈতে সীমাহীন ভইচ কলিং প্ৰদান কৰিছে। STV_447 পেক ব্যৱহাৰকাৰীসকলে বিএছএনএল টিউনছ আৰু ইৰোছ নাও এণ্টাৰটেইনমেণ্ট চাৰ্ভিচেছৰ সদস্য পদো ল’ব পাৰিব।

অৱশেষত, বিএছএনএল-এ ইয়াৰ গ্ৰাহকসকলক এক অনন্য বাৰ্ষিক ডাটা ভাউচাৰ আগবঢ়াই আহিছে। গ্ৰাহকসকলক ৩৬৫ দিনৰ বৈধতাৰ বাবে প্ৰতিদিনে ২ জিবি ডাটা প্ৰদান কৰা এই পেকটো হৈছে DATA_1498 পেক৷ অৱশ্যে, কোনো কলিং বা এছএমএছ সুবিধা লাভ নকৰিব। চাবলৈ গ’লে এই পেকৰৰ দৈনিক ব্যয় হৈছে প্ৰায় ৪ টকা।

See Mlore

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBSNLBSNL data pack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
Next Post
‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.