• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

4 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

5 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

5 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

6 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

7 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

8 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

8 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

9 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

9 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

10 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

11 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

editor by editor
May 10, 2022
in বিবিধ, বিশ্ব
0
কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটি ছবৰীয়া শিশুৱে সাগৰৰ পাৰত সাগৰীয় শামুকৰ খোলা বিচাৰি থাকোতে কে’বা নিযুত বছৰ পুৰণি বিশাল মেগালোডন ছাৰ্কৰ এটা দাঁত উদ্ধাৰ কৰিছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ মতে চামি শ্বেলটন নামৰ শিশুটোৱে সদায় পৰিয়ালৰ সৈতে গ্ৰেট ব্ৰিটেইনৰ সাগৰৰ পাৰত সাগৰীয় শামুকৰ খোলা বিচাৰি যায়৷

সাগৰৰ পাৰত সাগৰীয় শামুকৰ খোলা বিচাৰি থাকোতেই ৬ বছৰীয়া চামি শ্বেলটনে প্ৰায় চাৰি ইঞ্চিৰ বৃহদাকাৰৰ মেগালোডন ছাৰ্কৰ এটা দাঁত আৱিষ্কাৰ কৰে৷

লগতে পঢ়ক গৰমত ব্ৰা পিন্ধাটো অস্বস্তিকৰ নেকি? ব্ৰাৰ জোখ লোৱাৰ সময়ত কি কৰিব?

উল্লেখ্য যে প্ৰতি বছৰে ব্ৰিটেইনৰ সাগৰৰ পাৰত প্ৰকাণ্ড প্ৰাণীবোৰৰ কিছুমান দাঁত পোৱা যায়৷ কিন্তু ইমান পুৰণি অৰ্থাৎ কে’বা নিযুত বছৰৰ পুৰণি দাঁত সাধাৰণতে আৱিষ্কাৰ কৰা নাযায়৷ শিশুটোৱে যিটো দাঁত আৱিষ্কাৰ কৰিছে সেইটো বৰ্তমানৰ প্ৰকাণ্ড সাগৰীয় প্ৰাণী বগা হাঙৰতকৈ প্ৰায় তিনিগুণ ডাঙৰ বুলি প্ৰকাশ পাইছে।

সেয়েহে কে’বা নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হোৱা প্ৰকাণ্ড মেগালোডন ছাৰ্কৰ দাঁত লাভ কৰা চেমি শ্বেলটন নামৰ শিশুটিক সৌভাগ্যৱান বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷

প্ৰকাশিত খবৰৰ মতে চেমিয়ে দাঁতটো লাভ কৰি ঘৰলৈ লৈ যোৱাৰ লগতে সহপাঠীসকলক দেখুওৱাবলৈ স্কুললৈও লৈ গৈছিল৷

লগতে পঢ়ক পিঠিৰ শালমইনাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? চাওক দুটামান ঘৰুৱা উপায়…

ইফালে এই দাঁতটো লাভ কৰি চামিয়ে আনন্দত আত্মহাৰা হোৱা বুলি প্ৰকাশ কৰিছে তেওঁৰ দেউতাক পিটাৰ শ্বেল্টনে৷ পিটাৰ শ্বেলটনে প্ৰকাশ কৰিছে তেওঁ পুত্ৰ চামিয়ে শোৱাৰ সময়ত সদায়ে দাঁতটো নিজৰ কাষতে বিচনাতে থৈ লয়৷

‘‘সঁচাকৈয়ে আমি সাগৰৰ পাৰত শামুকৰ ধুনীয়া খোলাবোৰ বিচাৰি আছিলো আৰু তেতিয়াই আমি এই মেগালোডন দাঁতটো পাইছিলো। এইটো ডাঙৰ আৰু অতি গধুৰ আছিল। এইটো এটা বিশেষ বস্তু বুলি বুজি পালেও সাগৰৰ পাৰত আনক নেদেখুওৱালৈকে মই ইয়াৰ তাৎপৰ্য অনুভৱ কৰিব পৰা নাছিলো৷’’ চামিৰ দেউতাক পিটাৰে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে এই মেগালোডন ছাৰ্কৰ দাঁত লাভ কৰাটো সমুদ্ৰ তীৰৰ এক সৰ্বশ্ৰেষ্ঠ আৱিস্কাৰ বুলিয়ে বিবেচিত হৈ আহিছে৷ ইয়াৰ পূৰ্বে এজন যুৱকে ৱেষ্ট ৰুণ্টনত সমুদ্ৰ তীৰত ভ্ৰনণ কৰি থাকোতে হাঙৰ দাঁতৰ টুকুৰা আৰু জীৱাশ্ম আৱিস্কাৰ কৰিছিল৷

লগতে পঢ়ক বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

মেগালোডন হৈছে মেকেৰেল ছাৰ্কৰ এক বিলুপ্ত প্ৰজাতি সাগৰীয় প্ৰাণী, যি প্ৰায় ২৩ৰ পৰা ৩.৬ নিযুত বছৰ আগতে পৃথিৱীত বাস কৰিছিল৷ পূৰ্বতে ইয়াক বৃহৎ বগা হাঙৰৰ প্ৰজাতিৰ সাগৰীয় প্ৰাণী বুলি ভবা হৈছিল।

এই মেলাগোডন ছাৰ্ক হৈছে পৃথিৱীৰ ইতিহাসত আটাইতকৈ ডাঙৰ আৰু শক্তিশালী চিকাৰী প্ৰাণী, যিটোক ইয়াৰ জীৱাশ্মবোৰ অধ্যয়নৰ পৰা জানিব পৰা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammegalodon shark
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
Next Post
বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি

বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি

মোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ

মোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.