• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

4 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

4 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

5 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

6 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

6 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

7 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

7 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

9 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

9 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

10 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

11 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

editor by editor
May 17, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ যৌনতা তথা যৌন জীৱনক লৈ অধ্যয়ন আৰু গৱেষণাৰ শেষ নাই৷ মানুহৰ যৌনতাৰ উপভোগ তথা সন্তুষ্টি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰো অন্ত নাই৷

আমি আজি মানুহৰ বয়স অনুসাৰে যৌন সম্পৰ্কৰ সন্তুষ্টিৰ তাৰতম্য ঘটে নেকি সেই সম্পৰ্কীয় এক গৱেষণাৰ ফলাফল সম্পৰ্কে ক’বলৈ আগবাঢ়িছো৷

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে যৌন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত বয়স অনুসাৰে সন্তুষ্টিৰ তাৰতম্য ঘটে৷ অৰ্থাৎ বয়সভেদে যৌন সন্তুষ্টিৰ তাৰতম্য ঘটায়ো এক স্বাভাৱিক প্ৰক্ৰিয়া৷

লগতে পঢ়ক বাওঁ আঁঠুত ভৰ দি প্ৰেমৰ প্ৰস্তাৱ কিয় আগবঢ়োৱা হয়? কি গোপন ৰহস্য আছে?

কিন্তু সেই বুলি এইটোৱেই কেৱল মাত্ৰ শুদ্ধ নহয় যে ডেকা বসয়তেই যৌন সম্পৰ্ক অধিক উপভোগ্য হৈ উঠে৷ কিন্তু এই পাৰ্থক্য কেনেকৈ অনুভূত হয় সেই বিষয়ে আমি তলত উল্লেখ কৰিবলৈ প্ৰয়াস কৰিছো৷ কাৰণ বয়সৰ লগে লগে মেজাজ, টেনচন, স্বাস্থ্যৰ অৱস্থা সকলো সলনি হৈ যায়।

২০ বছৰ

এই বয়স জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময়। জীৱনৰ এই পৰ্যায়ত বেছি মানসিক চাপ নাথাকে। কম বয়সতে থাকে অধিক উত্তেজনা। নতুন নতুন অভিজ্ঞতাৰ মাজেৰে পাৰ হ’বলৈ এক তীব্ৰ যৌন আকাংক্ষা থাকে। ফলস্বৰূপে এই বয়সত যৌনতাত অধিক জীপাল হোৱাৰ লগতে সজীৱতা থাকে।

৩০ বছৰ

বিবাহিত হওক বা নহওক এই বয়সত বহুতে নিজকে জীৱনৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰে। প্ৰেম, বিশ্বাস, কেৱল নিজৰ আৰু আপোনাৰ সংগীৰ প্ৰতি থকা আবেগে এই সময়ছোৱাত কাম নকৰে। সেই বিশ্বাস আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ শাৰীৰিক সম্পৰ্কত অন্তৰংগ আশ্ৰয় বিচাৰি পায়।

লগতে পঢ়ক উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

৪০ বছৰ

গৱেষণাৰ পৰা দেখা গৈছে যে ৩০ বছৰ বয়সৰ পিছত যৌন আনন্দ সৰ্বোত্তমভাৱে অনুভৱ কৰিব পাৰি। কাৰণ দুয়োজনেই বহুদিনৰ পৰা ইজনে সিজনৰ ছাঁত থাকে। ইজনে সিজনক বহুত ভালদৰে চিনি পায়। সম্পৰ্কটো গভীৰ হ’লেও ইমান দিন একেলগে থকাৰ অৰ্থ হ’ল অলপ হ’লেও সিহঁতে নিজকে বুজিবলৈ সক্ষম হৈছে। গতিকে জীৱনৰ এই পৰ্যায়ত শাৰীৰিক সম্পৰ্ক বহুত বেছি উপভোগ্য হয়।

৫০ বছৰ

৫০ বছৰ স্পৰ্শ কৰিলে বা অতিক্ৰম কৰা সকলো মানুহৰে শাৰীৰিক আৰু মানসিক অৱস্থা একে নহয়। জীৱন সম্পৰ্কীয় স্বাভাৱিক চিন্তা কিছু কমি যায়। কিন্তু সম্পৰ্কৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণৰ উপৰিও ভাল সুস্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবেই এই সময়ছোৱাতো শাৰীৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsexual life
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
বৈবাহিক ধৰ্ষণ : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

বৈবাহিক ধৰ্ষণ : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.