• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

4 years ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 minutes ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

36 minutes ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

1 hour ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

3 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

15 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

15 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

16 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

16 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

17 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

18 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

editor by editor
June 2, 2022
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!
0
SHARES
664
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিন পূৰ্বে এগৰাকী যুৱতী ইউটুবাৰে এটা জাৰত নিজৰ পাদৰ বায়ু আৱদ্ধ কৰি সেই পাদ বিক্ৰীৰে ধন উপাৰ্জন কৰাৰ বাতৰিয়ে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল৷ আনকি যুৱতীগৰাকীয়ে অত্যধিক পৰিমাণে পাদৰ বায়ু জাৰত আৱদ্ধ কৰি বিক্ৰী কৰিবলৈ গৈ চিকিৎসাধীন হ’বলগীয়াও হৈছিল৷

উল্লেখ্য যে ৩১ বছৰীয়া স্বঘোষিত ‘ফাৰ্টেপ্ৰেনিউৰ’গৰাকীয়ে কেৱল অনলাইনত নিজৰ পাদৰ বায়ু বিক্ৰী কৰিয়েই প্ৰায় ১.৪ কোটি টকা উপাৰ্জন কৰিছিল। তেওঁ নিজৰ পাদৰ বায়ুবোৰ জাৰত ৰাখি প্ৰতি জাৰত ৭৪ হাজাৰ টকাত বিক্ৰী কৰিছিল।

ব্যৱসায়ৰ চাহিদাৰ লগত খাপ খুৱাবলৈ মেট্টোৱে উচ্চ আঁহযুক্ত খাদ্য গ্ৰহণ কৰিছিল— য’ত বহুতো বীন, কণী, আৰু প্ৰটিন শ্বেক আছিল৷ এইবোৰ খাদ্য গ্ৰহণ কৰি তেওঁৰ পেটৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ গেছ উৎপন্ন হৈছিল৷ কিন্তু এইদৰে অত্যধিক হাৰত গেছ উৎপন্ন কৰিবলৈ গৈ ষ্টেফানী মেট্টোৱে এদিন চিকিৎসাধীন হ’বলগীয়া হয়৷ ইয়াৰ পিছতে তেওঁৰ সেই উপাৰ্জনৰ পথ বন্ধ হৈ পৰে৷

লগতে পঢ়ক সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

এই উপাৰ্জনৰ পথ বন্ধ হোৱাৰ পিছতে ষ্টেফানী মেট্টোৱে এইবাৰ উপাৰ্জনৰ বাবে এক অদ্ভুত পন্থা তথা উপায় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷

সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে ষ্টেফানী মেট্টো নামৰ যুৱতীগৰাকীয়ে এইবাৰ নিজৰ স্তনৰ পৰা উৎপন্ন হোৱা ঘাম বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ LADbibleত প্ৰকাশ পোৱা অনুসৰি মেট্টোৱে নিজৰ স্তনৰ ঘাম বিক্ৰী কৰি প্ৰতি দিনে ৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে৷

মেট্টোৱে নিজৰ শৰীৰৰ তৰল পদাৰ্থ অৰ্থাৎ স্তনৰ ঘামবোৰ বটলত ভৰাই নিজৰ এক্স-ৰেটিং ৱেবছাইটত তালিকাভুক্ত কৰে। আৰু গ্ৰাহকে অনলাইন যোগে মেট্টোৰ পৰা স্তনৰ ঘাম ক্ৰয় কৰে৷

লগতে পঢ়ক মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

মেট্টোৱে ঘাম উৎপন্ন কৰিবলৈ এতিয়া পূৰ্বৰ দৰে আঁহযুক্ত খাদ্য গ্ৰহণ কৰিবলগীয়া হোৱা নাই যদিও বুজন পৰিমাণৰ পানী খোৱাৰ কৰাৰ লগতে কেবা ঘণ্টা ধৰি ৰ’দত বহি থাকিবলগীয়া হয়৷ প্ৰায় চাৰি ঘণ্টা ধৰি ৰ’দত বহি মেট্টোৱে প্ৰচুৰ ঘাম উৎপন্ন কৰি সেয়া বটলত সংগ্ৰহ কৰি থয় বুলি প্ৰকাশ কৰিছে৷

মেট্টোৱে লগতে প্ৰকাশ কৰিছে যে যেতিয়া বতৰ যথেষ্ট গৰম হয় তেতিয়া তেওঁ এটা দিনতে ১০ টা বটললৈকে স্তনৰ ঘাম ভৰাই প্ৰতি বটলত ৫০০ ডলাৰত বিক্ৰী কৰে। “মই নিজকে মানৱ মেপেল গছ বুলি ক’বলৈ ভাল পাওঁ আৰু মোৰ (স্তন) ঘাম উৎপন্ন কৰো আৰু মই তাত বহি মোৰ ঘামবোৰ সংগ্ৰহ কৰো, যেনেকৈ মেপেল গছে কৰে৷” মেট্টোৱে এক সাক্ষাৎকাৰত কয়।

মেট্টোৰ মতে তেওঁৰ স্তনৰ ঘামে সেইসকল অনুৰাগীক তেওঁৰ কাষলৈ চপাই অনাত সহায় কৰিব যিয়ে তৰল পদাৰ্থৰ গোন্ধ লৈ বা চেলেকি ভাল পায়।

লগতে পঢ়ক দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

মেট্টোৰ মতে পূৰ্বৰ পাদৰ বায়ু বিক্ৰী কৰা ব্যৱসায়টোতকৈ এইটো কিছু নিৰাপদ যেন লাগিলেও একেবাৰে নিৰাপদ নহয়৷ ইয়াতো কিছু বিপদ জড়িত হৈ আছে। মেট্টোৱে চাৰি ঘণ্টা পৰ্যন্ত ৰ’দৰ তলত কটায় ঘাম উৎপন্ন সংগ্ৰহ কৰে যিটো তেওঁৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

সেয়ে মেট্টোৱে এইবাৰ পূৰ্বৰ দৰে ভুল নকৰি শিক্ষা লৈ যথেষ্ট সচেতনভাৱে এইবাৰ আগবাঢ়ি যাব বিচাৰিছে। “স্তনৰ ঘামৰ এই ব্যৱসায় মই সঠিকভাৱে কৰিব বিচাৰো। মই স্মাৰ্ট হ’ব বিচাৰো, লেহেমীয়াকৈ আৰম্ভ কৰিব বিচাৰো আৰু বহনক্ষম উপাৰ্জন বিচাৰো যিয়ে মোৰ শৰীৰটোক পুনৰ অসুস্থ কৰি তুলিব নোৱাৰে।’-মট্টোৱে কয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFart JarsSelling Breast Sweat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!
জীৱনশৈলী

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

May 25, 2026
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ
বাণিজ্য

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

May 25, 2026
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?
জীৱনশৈলী

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

May 25, 2026
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
Next Post
‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.