• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

4 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

7 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

8 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

9 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

10 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

11 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

12 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

12 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

12 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

13 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

14 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

16 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

editor by editor
June 2, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এনালছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ আলোচনীখনত প্ৰকাশিত এক নতুন গৱেষণাৰ মতে, মিঠা বা মিঠা নকৰা কফিয়ে মানুহৰ মৃত্যুৰ বয়স তাৰতম্য ঘটাব পাৰে৷ অৰ্থাৎ কিছুমান কফিয়ে যেনেকৈ মৃত্যু আগতীয়া কৰিব পাৰে ঠিক তেনেকৈ কিছু কফিয়ে আপোনাৰ মৃত্যুক কিছু বছৰলৈ ৰদ কৰিবও পাৰে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এদল গৱেষকসকলে যুক্তৰাজ্যৰ ১৭১,৬১৬ গৰাকী লোকৰ মাজত এবছৰৰ ভিতৰত তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে পাঁচবাৰলৈকে সমীক্ষা কৰিছিল, য’ত তেওঁলোকৰ কফি খোৱাৰ অভ্যাসো আছিল। ইয়াৰ পিছতে বিজ্ঞানীসকলে জীৱনশৈলী সমীক্ষা কৰা লোকসকলৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি তেওঁলোকৰ গড়ে সাত বছৰৰ পিছত কাৰ কাৰ মৃত্যু হ’ল তাৰ এক সমীক্ষা কৰে৷ তেতিয়াই এই তথ্য লাভ কৰা বুলি গৱেষক দলটোৱে দাবী কৰিছে৷

অধ্যয়নটোৰ সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ বয়স ৩৭ৰ পৰা ৭৩ বছৰ আছিল আৰু সমীক্ষাৰ সময়ত তেওঁলোকৰ কোনো হৃদযন্ত্ৰৰ ৰোগ বা কৰ্কট ৰোগ হোৱা নাছিল বুলি জনাইছিল।ফলাফলত দেখা গ’ল যে যিসকল লোকে মধ্যমীয়া পৰিমাণৰ (১.৫ৰ পৰা ৩.৪ কাপ) কফি খাইছিল, তেওঁলোকৰ মিঠা কফি খোৱা আৰু কফি নোখোৱা লোকৰ তুলনাত মৃত্যুৰ হাৰ প্ৰায় ৩০% কম আছিল৷

লগতে পঢ়ক এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

ইফালে অধ্যয়নটো জড়িত নোহোৱা হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক তথা এনালছ অৱ ইণ্টাৰনেল মেডিচিনৰ উপ-সম্পাদক ডাঃ ক্ৰীষ্টিনা ৱিৰ মতেও মিঠা নকৰা কফি খোৱা লোকসকলৰ মৃত্যুৰ সম্ভাৱনা কফি নোখোৱা লোকৰ তুলনাত ১৬%ৰ পৰা ২৯%ৰ কম।

অৱশ্যে এই ক্ষেত্ৰত সামাজিক জনগাঁথনি, জীৱনশৈলী আৰু ক্লিনিকেল কাৰকৰ লগতে ধূমপানৰ মাত্ৰা, শাৰীৰিক কাৰ্যকলাপৰ পৰিমাণ, শিক্ষাৰ স্তৰ আৰু খাদ্যাভ্যাসৰ আদি দিশবোৰো জড়িত হৈ থাকে বুলিও কোৱা হৈছে।

ইফালে পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে কফি সেৱনে হৃদযন্ত্ৰক সুৰক্ষা দিব পাৰে আৰু অন্যান্য ৰোগৰ চিকিৎসাত সহায়ো কৰিব পাৰে৷ ইয়াৰ উপৰিও ই যকৃতৰ সমস্যাও হ্ৰাস কৰিব পাৰে।

লগতে পঢ়ক চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

যুক্তৰাজ্যৰ ৰিডিং বিশ্ববিদ্যালয়ৰ পুষ্টি আৰু খাদ্য বিজ্ঞানৰ অধ্যাপক গুণ্টাৰ কুহনলেই কয় যে কফি কেনেকৈ উৎপাদন কৰা হয় তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। অৱশ্যে তেওঁ এই অধ্যয়নৰ সৈতে জড়িত নাছিল।

কিছুমান কফিত ফেনলিক যৌগ থাকে, যিবোৰ উপকাৰী বুলি বিশ্বাস কৰা হয়। সেই ৰাসায়নিক যৌগবোৰে কফিৰ সোৱাদ আৰু সুগন্ধিত প্ৰভাৱ পেলায় আৰু ই শৰীৰ বাবে মূল্যৱান কাৰণ ইহঁতে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰিব পাৰে আৰু ইয়াৰ প্ৰদাহ প্ৰতিৰোধী আৰু বয়স বৃদ্ধি প্ৰতিৰোধী গুণ আছে।

আটাইতকৈ সাধাৰণ কফিৰ দুটা প্ৰজাতি হ’ল আৰাবিকা আৰু ৰ’বাষ্টা৷ আৰু গৱেষণাৰ পৰা দেখা গৈছে যে ৰ’বাষ্টা কফিত আৰবিকা কফিতকৈ অধিক ফেন’লিক থাকে।

লগতে পঢ়ক সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

গৰম নকৰা সেউজীয়া কফিৰ বীনত অধিক পৰিমাণে ফেনলিক যৌগ থাকে যদিও ব্ৰু কৰা সময়ত ইয়াৰ দুৰ্বল সুগন্ধিৰ বাবে মানুহে ইয়াক গৰম কৰে। ৰোষ্টিং লেভেলৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ফেনলিক যৌগ ভাঙি যাব পাৰে।

২০১৬ চনৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে উতলা কফি আৰু ফ্ৰেন্স প্ৰেছ কফিত কিছুমান সৰ্বাধিক পৰিমাণৰ ডাইটাৰপিন থাকে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcoffeehealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?

কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?

এটি ৩,০০০ বছৰীয়া পুৰণি মন্দিৰ! মন্দিৰ খননত ওলাইছে আচৰিত তথ্য

এটি ৩,০০০ বছৰীয়া পুৰণি মন্দিৰ! মন্দিৰ খননত ওলাইছে আচৰিত তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.