• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

4 years ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

29 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

1 hour ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

2 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

4 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

4 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

5 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

6 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

6 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

6 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

7 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

8 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

editor by editor
June 3, 2022
in জীৱনশৈলী, বিবিধ
0
বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌন্দৰ্য বৰ্ধন আৰু বয়সৰ চাপ ৰুদ্ধ কৰিবলৈ তেওঁ কি কি কৰা নাই! সৌন্দৰ্য বদ্ধি আৰু বয়সৰ চাপ ৰুদ্ধ কৰিবলৈ তেওঁ সকলোবোৰকেই কৰিছে৷

কেতিয়াবা কটাৰী আৰু কেঁচি ব্যৱহাৰ কৰি নিতম্ব আকাৰ বৃদ্ধি কৰে, কেতিয়াবা মৌমাখিৰ ডং উতলাই মুখত ঢালি যৌৱনকাল ধৰি ৰাখিবলৈ চেষ্টা কৰে, কেতিয়াবা ষ্টেম চেল থেৰাপীৰে ছালখন টান কৰে।

নিজৰ লুকটো চিকচিকিয়া কৰি ৰাখিবলৈ বজাৰত কোনো প্ৰযুক্তিগত পদ্ধতি নাই যিবোৰ তেওঁ এবাৰলৈও ব্যৱহাৰ কৰা নাই৷ নিজৰ সৌন্দৰ্য আৰু বয়সৰ চাপ ধৰি ৰাখিবলৈ উপলব্ধ সকলোবোৰ পদ্ধতিকে ব্যৱহাৰ কৰা এই তাৰকাগৰাকী হৈছে কিম কাৰ্দাছিয়ান৷

লগতে পঢ়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?

এই কিম কাৰ্দাছিয়ানে বয়সৰ চাপ ধৰি ৰাখিবলৈ যিকোনো কামেই কৰিব পাৰে! সেই কথা তেওঁ নিজে প্ৰকাশ কৰি অহাই নহয় বিশ্বাসও কৰি আহিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ ধেমালিতে কৈছিল, ‘‘মল আৰু প্ৰস্ৰাৱ খাইও যদি মই যৌৱন ধৰি ৰাখিব পাৰিলোহেঁতেন তেন্তে মই প্ৰতিদিনে এই খাদ্য খালোঁহেঁতেন!’’

কিমৰ এই সাক্ষাৎকাৰৰ পিছতে কথাটোক লৈ নেটজেনসকল স্তম্ভিত হৈ পৰিছে।

লগতে পঢ়ক এক শােকাৱহ পথ দুৰ্ঘটনা, অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

তাকে লৈ তেওঁলোকে কিমক উপহাস কৰিবলৈ আৰম্ভ কৰিছে। সাক্ষাৎকাৰটো পঢ়াৰ পিছত কোনোবাই মন্তব্য কৰিলে, ‘‘চেহেৰাৰ বাবে কিমে আৰু কি যে কৰিব নোৱাৰে!’’ কোনোবাই ক’লে, ‘‘মই ভাবো তেওঁ এইবোৰ ইতিমধ্যে খাইছে।’’ তাৰ পিছত কিছুমানে প্ৰশ্ন কৰিছে যে লুকটোৰ বাবে তাই কিমান মল খাবলৈ সাজু আছে?

বজাৰত কিমৰ নিজা কিছুমান প্ৰসাধন সামগ্ৰীও আছে। তেওঁৰ কোম্পানীৰ প্ৰসাধন সামগ্ৰীক লৈও এতিয়া বহুতে কটাক্ষ তথা উপহাস কৰা পৰিলক্ষিত হৈছে৷ বহুতে কৈছে কিমে তেওঁৰ প্ৰসাধন সামগ্ৰীসমূহক মল-মূত্ৰৰ দ্বাৰাই প্ৰস্তুত কৰা নাইতো!!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkim kardashian
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
অসম

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
Next Post
প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’

প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’

অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.