• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?

সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?

4 years ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 minutes ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

34 minutes ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

1 hour ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

2 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

3 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

4 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

4 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

8 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

8 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

10 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

10 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?

প্ৰয়াত সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডক লৈ সৰৱ অৰবিন্দ কেজৰিৱাল

editor by editor
June 3, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঞ্জাৱী গায়ক প্ৰয়াত সিদ্ধু মুছেৱালাৰ মৃত্যুৱে চাৰিদিন অতিক্ৰম কৰিলে৷ কিন্তু গায়কজনৰ হত্যাকাণ্ডক লৈ এতিয়াও ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে।

শেহতীয়াকৈ প্ৰয়াত গায়কজনৰ হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ “পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যা দুৰ্ভাগ্যজনক, কিন্তু ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়৷” এইদৰে মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে চৰকাৰে প্ৰয়াত গায়কজনৰ সুৰক্ষা বেষ্টনী আঁতৰোৱাৰ এদিন পাছতে যোৱা দেওবাৰে পঞ্জাৱৰ মানচা জিলাত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে।

লগতে পঢ়ক এইবাৰ হিন্দু পণ্ডিত নহয়, জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকক হত্যা

ইফালে দিল্লীৰ ৰোহিণী অঞ্চল ভ্ৰমণৰ সময়ত কেজৰিৱালে কয়, ‘‘পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মন্তব্য কৰিছে যে চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু আশ্বাস দিছে যে অভিযুক্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব আৰু কঠোৰতম শাস্তি দিয়া হ’ব।’’

ইফালে আক্ৰমণকাৰীয়ে জৱাহৰ কে গাঁৱত ২৮ বছৰীয়া সিদ্ধু মুছেৱালাৰ ওপৰত তেওঁৰ বাহনখন ৰখাই গুলীচালনা কৰিছিল।

নিজৰ প্ৰাণ ৰক্ষাৰ বাবে মুছেৱালাৰ প্ৰত্যাক্ৰমণ কৰিছিল যদিও দুৰ্বৃত্তৰ ধাৰাষাৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় গায়কজনে। সিদ্ধু মুছেৱালাৰ মৃত্যু পাঞ্জাৱৰ সংগীত জগতখনৰ কাৰণে বৃহৎ ক্ষতি বুলি বিবেচিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamshidhu moose wala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!

যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!

বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.