• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ হিন্দু পণ্ডিত নহয়, জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকক হত্যা

3 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

3 days ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

4 days ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ হিন্দু পণ্ডিত নহয়, জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকক হত্যা

editor by editor
June 3, 2022
in অপৰাধ, ভাৰত
0
এইবাৰ হিন্দু পণ্ডিত নহয়, জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকক হত্যা
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ অশান্ত হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। প্ৰতিদিনে কাশ্মীৰী হিন্দু তথা প্ৰব্ৰজিত লোকসকলৰ ওপৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বৃহস্পতিবাৰে এজন বেংক বিষয়াক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।

বিগত ১ মে’ৰ পাছৰ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বেংক বিষয়া বিজয় কুমাৰ কাশ্মীৰৰ অষ্টমজন লোক। ইমানতে ক্ষান্ত হোৱা নাই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা।

বৃহস্পতিবাৰে নিশা বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। নিহত শ্ৰমিকজন বিহাৰৰ দিলখুছ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। বৃহবাডগামৰ চাডুৰা গাঁৱত এটা ইটাৰ ভাটাত কৰ্মৰত হৈ আছিল নিহত শ্ৰমিকজন।

লগতে পঢ়ক ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ

জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত মত প্ৰকাশ কৰি জম্মু-কাশ্মীৰ পিপুলছ কনফাৰেঞ্চৰ নেতা ছাজাদ লোনে কয় এটা পৰ্যায়ৰ হিংসাত্মক কাৰ্যই জম্মু-কাশ্মীৰক কেতিয়াও ৰেহাই দিয়া নাই। ই সদায়ে উপত্যকাটোত বৰ্তি আছে। এই হিংসাক অভিযানৰ জৰিয়তে আৰু  মনোবৈজ্ঞানিকভাৱে প্ৰত্যুত্তৰ দিব লাগিব।

তেওঁ লগতে কয় যে, কেৱল অমুছলমান লোকলকলেই নহয়, জম্মু-কাশ্মীৰত এনে এটা দিন যোৱা নাই, যিদিনা কোনো মুছলমান লোকৰ প্ৰাণহানি হোৱা নাই। এয়া এক অতি দুখদায়ক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে
জীৱনশৈলী

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
Next Post
এক শােকাৱহ পথ দুৰ্ঘটনা, অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন