• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

4 years ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

26 minutes ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

55 minutes ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

1 hour ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

2 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

3 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

3 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

4 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

5 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

7 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

editor by editor
June 13, 2022
in বিবিধ, ভাৰত
0
এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই পৃথিৱীত অসম্ভৱ বুলি যেন একোৱেই নাই৷ এজন যুৱকে যেন পুনৰ এবাৰ এই কথাষাৰকে প্ৰমাণ কৰি দিলে৷
পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত হোৱা এগৰাকী যুৱকে অসমী একাগ্ৰতা, মনোবল, ধৈৰ্য, সাহস, কঠোৰ শাৰীৰিক অধ্যৱসায়ৰ অন্তত ভাৰতীয় সেনাত ভৰ্তি হৈ এক নজিৰ স্থাপন কৰিছে৷

যুৱকজনৰ নাম হ’ল ডেনিছ লেংগাৰ৷ উত্তৰাখণ্ড সামৰিক একাডেমীৰ ২৭ গৰাকীসফল প্ৰাৰ্থী মাজৰ এজন ৰূপে ভাৰতীয় সেনা বাহিনীলৈ বাছনি হৈছে জন্মুৰ এই ডেনিছ লেংগাৰ৷

২০১৬ চনত ডেনিছে গেলিলিয়ান বেৰে চিনড্ৰম (GBS) নামৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ বাবে ডেনিছৰ শৰীৰৰ এটা অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰে।

লগতে পঢ়ক বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

জিবিএছ হৈছে এক বিৰল ৰোগ। এই ৰোগত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই স্নায়ুসমূহক আক্ৰমণ কৰি শৰীৰৰ সক্ষমতাত ব্যাঘাত জন্মায়। ফলত ব্যক্তিজন পক্ষাঘাতগ্ৰস্ত হৈ পৰে। সাধাৰণতে এই ৰোগৰ চিকিৎসা প্লাজমা থেৰাপীৰ দ্বাৰা কৰা হয়।

ডেনিছৰ সৰুৰে পৰা সপোন আছিল সেনাবাহিনীত যোগদান কৰি দেশ ৰক্ষাৰ কৰাৰ। কিন্তু তেওঁৰ পক্ষাঘাতগ্ৰস্ততাৰ বাবে পৰিয়ালটোৱে ধৰি লৈছিল যে ল’ৰাটোৱে কোনো কাৰণতে নিজৰ সপোন পূৰণ কৰিব নোৱাৰিব। কিন্তু ডেনিছে পৰিয়ালৰ সেই আশংকা মিছা প্ৰমাণিত কৰি নিজৰ শক্তি প্ৰমাণ কৰিছে। এতিয়া পুত্ৰৰ ফলাফলত সুখী মাতৃ অঞ্জু লেংগাৰ।

লগতে পঢ়ক ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী

মাতৃ অঞ্জুৱে ক’লে, ‘ডানিছে সৰুৰে পৰা সেনাবাহিনীত যোগদান কৰাৰ সপোন দেখি আহিছে। আমি তেওঁক মিলিটাৰী স্কুলত নামভৰ্তি কৰিব বিচাৰিছিলো। আইতাকে তীব্ৰ প্ৰতিবাদ কৰিলে। কিন্তু সেই আপত্তিক আওকাণ কৰি ডেনিছক আৰ্মি স্কুলত ভৰ্তি কৰা হয়। তাৰ পৰাই তেওঁ উত্তৰাখণ্ড মিলিটাৰী একাডেমীত উপস্থিত হয়। শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে যুঁজি অৱশেষত সি সফল হৈছে। ইয়াতকৈ ডাঙৰ একোৱেই নাই।’’

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamindian army
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

September 10, 2026
Next Post
নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.