• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

4 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

26 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

37 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

56 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

1 hour ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

3 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

6 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

editor by editor
July 5, 2022
in জীৱনশৈলী, ফেশ্বন, বিবিধ, বিশ্ব
0
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বতে আজিলৈকে আটাইতকৈ বেছি চৰ্চিত পোছাকৰ ফেশ্বনসমূহৰ ভিতৰত অন্যতম হৈছে ‘বিকিনি ফেশ্বন’। প্ৰথম অৱস্থাত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হোৱা বিকিনিয়ে আজিৰ অৱস্থাত উপণীত হোৱাত বহু সংগ্ৰামী ইতিহাস আছে৷ বহু বাধা বিঘিনি পাৰ কৰি আজিৰ অৱস্থাত উপণীত হোৱা বিকি এতিয়া কেৱল চেলিব্ৰিটিৰে প্ৰচণ্ডৰ পোছাক নহয়, গ্ৰীষ্ম কালত সাগৰৰ পাৰত বা বাথ টাবত বহু আধুনিকমনা সাধাৰণ নাৰীয়ে বিকিনি পৰিধান কৰিবলৈ প্ৰচণ্ড কৰে আৰু কৰিও আহিছে৷

প্ৰায় ৭৫ বছৰীয়া বিকিনিৰ ইতিহাসত বিশ্বৰ বিভিন্ন দেশে ইয়াক গ্ৰহণ কৰিলেও ভাৰতীয়সকলে ইয়াক গ্ৰহণ কৰাত পক্ষাপাতমূলক আচৰণ এতিয়াও কৰি থকা দেখা যায়৷ অৰ্থাৎ চেলিব্ৰেটিয়ে বিকিনি পৰিধান কৰিলে ভাৰতীয় লোকে সহজভাৱে গ্ৰহণ কৰিলেও সাধাৰণ নাৰীয়ে সেয়া পৰিধান কৰিলে বাক্যবাণেৰে থকা সৰকা কৰা দেখা যায়৷

অৰ্থাৎ ভাৰতীয় সংস্কৃতিত এতিয়াও বিকিনি বহুলভাৱে গ্ৰহণযোগ্য হৈ উঠা নাই। বহুতে বিশ্বাস কৰে যে বিকিনি কেৱল শ্ব’ৰ বাবেহে ব্যৱহাৰ কৰা হয়। কিন্তু বিশ্বৰ বিভিন্ন দেশত বিকিনিক এক নৰ্মেল পোছাকৰূপে স্বীকৃতি প্ৰদান কৰা দেখা যায়৷ অৱশ্যেই এই নৰ্মেন পোছাকৰ মৰ্যাদা লাভ কৰিবলৈ বিকিনিয়ে যোৱা ৭৫ বছৰে তীব্ৰ সংগ্ৰাম কৰিবলগীয়া হৈছে৷

লগতে পঢ়ক এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

আজিৰ পৰা প্ৰায় ৭৬ৰ পূৰ্বে ১৯৪৬ চনৰ ৫ জুলাইত প্ৰথম বিকিনি পৰিধান কৰা হৈছিল আৰু সেয়ে ৫ জুলাইতে ৰাষ্ট্ৰীয় বিকিনি দিৱস পালন কৰা হৈ আহিছে।

বিকিনিৰ ইতিহাস, প্ৰস্তুত আৰু ইয়াৰ নামৰ বিষয়ে জানো আহক—

ফৰাচী অটোমোবাইল অভিযন্তা তথা ফেশ্বন ডিজাইনাৰ লুই ৰিয়াৰ্ডে এই বিকিনি প্ৰস্তুত কৰি উলিয়াইছিল। ১৯৪৬ চনৰ ৫ জুলাইত প্ৰথমবাৰৰ বাবে এই বিকিনি পিন্ধিছিল মডেল মিচেলিন বাৰ্নাৰ্ডিনিয়ে। বিকিনি এটলৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। উল্লেখ্য যে বিকিনি এটল হৈছে এখন ঠাইৰ নাম।

ইফালে ফৰাচী মহিলাসকলে বিকিনিৰ ডিজাইনটো ভাল পাইছিল যদিও কেথলিক গীৰ্জাই বিকিনিৰ বিৰুদ্ধে তীব্ৰ আপত্তি কৰিছিল। কেৱল সেয়াই নহয়, স্থানীয় সংবাদ মাধ্যমেও বিকিনিৰ তীব্ৰ বিৰোধিতা কৰিছিল। ১৯৫১ চনত প্ৰথমবাৰৰ বাবে প্ৰতিযোগীসকলে মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত বিকিনি পিন্ধিছিল। কিন্তু তাৰ পিছত এনে সৌন্দৰ্য প্ৰতিযোগিতাতো বিকিনি নিষিদ্ধ কৰা হৈছিল।

১৯৫৩ চনত কান চলচ্চিত্ৰ মহোৎসৱৰ সময়ত সাগৰৰ পাৰত বিকিনি পিন্ধি বিখ্যাত হৈ পৰিছিল অভিনেত্ৰী ব্রিজেট বার্ডোট৷ তেতিয়াৰ পৰা আন বহু অভিনেত্ৰীয়ে বিকিনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। আনহাতে, ১৯৬০ চনত জনপ্ৰিয় আলোচনী প্লেবয় আৰু স্প’ৰ্টছ ইলাষ্ট্ৰেটেডৰ প্ৰচ্ছদত বিকিনি পিন্ধা মডেলসকলে দেখা দিছিল।

লগতে পঢ়ক এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

ইয়াৰ পিছৰে পৰা বিকিনিয়ে বিৰোধৰ মাজেৰেও হ’লে লাহে লাহে জনপ্ৰিয় হ’বলৈ আৰম্ভ কৰে৷ বিশেষকৈ সাগৰৰ পাৰত, সাগৰত গা ধোৱা, বাথ টাবত গা ধোৱা আৰু গ্ৰীষ্ম কাল উদযাপনৰ বাবে বিকিনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ হৈছিল৷ এই ক্ষেত্ৰত হলিউদৰ ছবিৰো অৰিহণা আছে৷

ৰাষ্ট্ৰীয় বিকিনি দিৱসৰ কাৰ্যসূচী

১. নতুন বিকিনি কিনি লওক

নিজকে সাজু কৰি তোলক— আপোনাৰ বেছি বিকিনি নাথাকিব পাৰে! কিন্তু, কেৱল পুৰণিটোকে ব্যৱহাৰ নকৰিব; নতুন আৰ্হি বা ৰঙৰ এটা ব্যৱহাৰৰ বাবে চেষ্টা কৰক৷ গ্ৰীষ্মকাল মাত্ৰ আৰম্ভ হৈছেহে আৰু বজাৰৰ পৰা বিকিনি কিনি উদযাপনৰ বাবে সাজু হওক৷

লগতে পঢ়ক প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

২. পুল পাৰ্টিত এটা বিকিনি পেলাই দিয়ক

থিমযুক্ত পাৰ্টিবোৰ কেৱল আমোদ-প্ৰমোদমূলক। দোকানৰ পৰা কিছুমান থিমযুক্ত বিনিকি যোগাৰ কৰি আপোনাৰ স্থানীয় পাৰ্টি আমোদ-প্ৰমোদ কৰক আৰু তালৈ বন্ধু-বান্ধৱীক আমন্ত্ৰণ কৰক৷ অৱশ্যে তাৰ আগতে ছানস্ক্ৰীন লগাবলৈ পাহৰি নাযাব!

৩. আপোনাৰ প্ৰিয় ৱান-পিছ পিন্ধক

বিকিনিবোৰ আমোদ-প্ৰমোদৰ বাবেহে, কিন্তু আমিও স্বীকাৰ কৰিব লাগিব যে সেইবোৰ সকলোৰে বাবে নহয়৷ যদি আপুনি বিকিনি ব্যৱহাৰ কৰাই নাই, তেন্তে সেয়া ঠিকেই আছে৷ এতিয়া আপুনিও আমাৰ সৈতে আমোদত প্ৰমোদত যোগদান কৰিব পাৰে! আপোনাৰ প্ৰিয় ৱান-পিছ পিন্ধি পুল পাৰ্টিত যোগদান কৰক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBikini DayNational Bikini Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.