• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

4 years ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

10 minutes ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

38 minutes ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

1 hour ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

2 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

2 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

3 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

3 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

4 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

5 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

20 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

editor by editor
August 8, 2022
in অপৰাধ, ভাৰত
0
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষক সমাজক কলংকিত কৰাৰ আন এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে এগৰাকী প্ৰতিবন্ধী মহিলাক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ভুক্তভোগী মহিলাগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ লগে লগে অভিযুক্ত ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে আত্মগোপন কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই জঘন্য ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ নাদিয়াৰ নাজিপুৰ অঞ্চলত৷ নাজিপুৰ অঞ্চলৰ প্ৰভাৱশালী ব্যক্তিৰূপে পৰিচিত গোৰাচান্দ বিশ্বাস নামৰ ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰতিবন্ধী মহিলাগৰাকীক ধৰ্ষণ কৰে৷

ভুক্তভোগী মহিলাগৰাকীৰ মাতৃয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি যোৱা ২৭ জুলাইত প্ৰতিবন্ধী মহিলাগৰাকীৰ মাতৃয়ে সন্ধিয়া বজাৰলৈ গৈছিল৷ সেই সময়তে ভুক্তভোগী প্ৰতিবন্ধী মহিলাগৰাকীয়ে চুবুৰীয়ে অভিযুক্ত লোকগৰাকীৰ পত্নীৰে সৈতে সময় অতিবাহিত কৰিবলৈ গৈছিল৷ কিন্তু অভিযুক্ত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পত্নী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি অভিযুক্তই এই জঘন্য কাণ্ড সংঘটিত কৰে৷

লগতে পঢ়ক বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

ইফালে ঘটনাটো সংঘটিত কৰিয়ে অভিযুক্ত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ঘটনাটো গাপ দি ৰাখিবলৈ ভুক্তভোগী পৰিয়ালটোক ভাবুকি প্ৰদান কৰে৷ কিন্তু সেই ভাবুকিলৈ কেৰেপ নকৰি ভুক্তভোগীৰ মহিলাগৰাকীৰ মাতৃয়ে স্থানীয় তেহাট আৰক্ষী থানাত পলমকৈ হ’লেও এজাহাৰ দাখিল কৰে৷

ভুক্তভোগী প্ৰতিবন্ধী মহিলাগৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰাৰ খবৰ লাভ কৰিয়ে ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক গোৰাচান্দ বিশ্বাসে ঘৰৰ পৰা পলায়ন কৰি আত্মগোপন কৰিছে৷

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ মতে গোৰাচান্দ বিশ্বাস সেই অঞ্চলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী তথা প্ৰভাৱশালী ব্যক্তি। তেওঁ স্থানীয় গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। ইফালে আৰক্ষীয়ে ভুক্তভোগী প্ৰতিবন্ধী মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে অভিযুক্তৰ গোৰাচান্দ বিশ্বাসৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি কৰায়ত্ত কৰিবলৈ অভিযানো আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamOld teacher
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.