• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

4 years ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

7 minutes ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

32 minutes ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

1 hour ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

2 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

3 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

4 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

5 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

6 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

15 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

15 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

16 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

editor by editor
August 6, 2022
in বিবিধ, ভাৰত
0
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক
0
SHARES
17.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে এজন সৰু ল’ৰাই নিজৰ বিদ্যালয়ৰ দুৰ্দশাৰ বিষয়ে জনসাধাৰণক জনাবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে৷ এজন সাংবাদিকৰূপে শিশুটিয়ে নিজৰ বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ তথৈৱচ অৱস্থা আৰু উপযুক্ত শৌচাগাৰৰ অভাৱ দেখুৱাইছে।

শিশুটিয়ে এজন সাংবাদিক হিচাপে বিদ্যালয়ৰ পৰিস্থিতিৰ কথা কৈ গৈছিল আৰু তেওঁক এজন বন্ধুৱে ভিডিঅ’টো ৰেকৰ্ডিং কৰিছে। ভিডিঅ’টোৱে অৱশ্যেই অনলাইনত বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভিডিঅ’টো দেখি নেটনাগৰিকে শিশুটিৰ ৰিপ’ৰ্ট দিয়াৰ দক্ষতাক একবাক্যে প্ৰশংসা কৰা দেখা গৈছে৷

ভিডিঅ’টোত শিশুটিয়ে তেওঁৰ দৰে ছাত্ৰ-ছাত্ৰীসকলে স্কুলত সন্মুখীন হোৱা সমস্যাবোৰক আলোকপাত কৰিবলৈ চেষ্টা কৰিছে। কোভিড-১৯ৰ পিছত বিদ্যালয় খোলাৰ পিছতো পুনৰ শ্ৰেণী আৰম্ভ হোৱা নাই। শ্ৰেণীকোঠাবোৰ খালী হৈ থকা দেখা যায়। তাৰ পিছত ল’ৰাজনে আগবাঢ়ি গৈ শৌচাগাৰবোৰৰ তৈথৱচ অৱস্থা দেখুৱাইছে যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ ব্যৱহাৰ কৰাত অসুবিধা হয়।

লগতে পঢ়ক দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

লগতে বিদ্যালয়খনত পানীৰ নাটনি বিষয়েও শিশুটিয়ে সাৱলীলভাৱে কোৱা দেখা গৈছে। শিশুটিয়ে ভঙা হেণ্ড পাম্পটো দেখুৱাই বিষয়াসকলে কি কৰিছে সেই বিষয়ে সুধিছে। তেওঁ আন ছাত্ৰ-ছাত্ৰীসকলকো তেওঁলোকে সন্মুখীন হোৱা ধৰণৰ অসুবিধাৰ বিষয়ে ক’বলৈ কয়।

এজন পৰিপক্ক তথা দক্ষ সাংবাদিক হিচাপে শিশুটিয়ে নিজৰ বিদ্যালয়খনৰ বিষয়ে কৰা এই প্ৰতিবেদন সদৃশ ভিডিঅ’ৱে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱাই নহয় নেটনাগৰিকৰ পৰা ভুয়সী প্ৰশংসা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24assom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?
বিশ্ব

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
Next Post
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.