উল্লু নামৰ এপত মুকলি কৰা হৈছে নতুন ৱেবছিৰিজ ছিস্কিয়ান। ৫ আগষ্টত এই ধাৰাবাহিকখন মুকলি কৰিছিল নিৰ্মাতাসকলে। ইয়াৰ ট্ৰেইলাৰটো যোৱা কেইদিনমানৰ পৰা ইউটিউবত ক’ভাৰ কৰা হৈছিল।
এই ৱেবছিৰিজত নূৰ মালবিকাই এনে হট দৃশ্যত অভিনয় কৰিছে যে সেয়া দেখি আপোনাৰ শৰীৰৰো ঘামত তিতি যাব। এই ৱেব ছিৰিজখন ফেণ্টাচি, নাটক আৰু ৰোমাঞ্চৰ। দৰ্শনৰ ক্ষেত্ৰত এই ধাৰাবাহিকখনে প্ৰথম দিনাই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
ট্ৰেইলাৰত দেখা গৈছে যে ছিৰিজখন বিকাশ আৰু তেওঁৰ পত্নীৰ কাহিনী। এদিন বিকাশে অফিচৰ কামত চহৰৰ বাহিৰলৈ যাব লগা হয়। তেওঁ ঘৰত এজন অসুস্থ দেউতাক আছে যি বিচনাৰ পৰা উঠিব নোৱাৰে।
লগতে পঢ়ক পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’
বিকাশৰ অনুপস্থিতিত বিকাশৰ পত্নীয়ে শহুৰেকৰ যত্ন লয়। দুয়োটাৰে ঘনিষ্ঠতাক ইমান ৰোমান্টিকভাৱে নিৰ্মাতাসকলে চিত্ৰগ্ৰহণ কৰিছে যে ই এতিয়ালৈকে হোৱা আটাইতকৈ গৰম ৱেবছিৰিজ হিচাপে পৰিণত হৈছে।
বিকাশৰ পত্নী ৰেণুৰ চৰিত্ৰটো অতি সুন্দৰকৈ অভিনয় কৰিছে নূৰ মালবিকাই। আনকি পৰ্দাত নিজৰ কিলাৰ ষ্টাইলেৰে নূৰে কবিতা ভাভি, সবিতা ভাভিকো যেন পৰাস্ত কৰিছে। স্ক্ৰীণত তেওঁৰ পৰা চকু আঁতৰাবই নোৱাৰিব। এই কাৰণেই তেওঁৰ অভিনয় মানুহে বহুত ভাল পায়। মুম্বাই চহৰত ডাঙৰ-দীঘল হোৱা ২৮ বছৰীয়া নূৰ মালবিকা মডেলিঙৰ জৰিয়তে অভিনয় জগতলৈ আহিছে।
ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় নূৰ মালবিকাই প্ৰতিদিনে মনোমোহা ফটো শ্বেয়াৰ কৰি থাকে। ফেচবুক আৰু ইনষ্টাগ্ৰামত তেওঁৰ হাজাৰ হাজাৰ ফ’ল’ৱাৰ আছে। অনুৰাগীসকলেও তেওঁৰ নতুন ফ’টোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁৰ এখন ফ’টোৱে হাজাৰ হাজাৰ লাইক পায়।
ছিস্কিয়ানৰ পূৰ্বে নূৰে মাফিয়া ২ নামৰ এটা ৱেবছিৰিজতো কাম কৰিছিল। কেৱল এয়াই নহয়, ছালি আধা ঘৰোৱালীৰ টিজাৰতও নূৰে নিজৰ ফ্লেয়াৰ দেখুৱাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ